নৱৰাত্ৰি হিন্দু সকলৰ বিশেষ পৰ্ব হয়।যি মাতা দূৰ্গাক সমৰ্পিত কৰা হয়।নৱৰাত্ৰি হিন্দু পঞ্জিকা অনুসৰি আহিন মাহৰ শুক্ল পক্ষত পালন কৰা হয়। ( Religious Studies )
নৱৰাত্ৰি-সংস্কৃত শব্দ হয়।যাৰ অৰ্থ হৈছে-ন টা ৰাত্ৰি।এই ন ৰাত্ৰি আৰু দশম দিন অনুসৰি শক্তি ৰূপা দেৱীৰ ন'টা ৰূপৰ পূজা কৰা হয়।দশম দিনা দশেৰা নামেৰে প্ৰসিদ্ধ।নৱৰাত্ৰি বছৰত ৪বাৰ আহে।পোহ,চত,আহাৰ,আহিন।প্ৰতিপদাৰ পৰা নৱমী লৈকে পালন কৰা হয়।
নৱৰাত্ৰি পূজাৰ তাৰিখ-
প্ৰতিপদা পূজা-
সোমবাৰ-২৬ ছেপ্তেম্বৰ
দ্বিতীয় পূজা-
মংগলবাৰ-২৭ছেপ্তেম্বৰ।
তৃতীয় পূজা-
২৮ছেপ্তেম্বৰ-:বুধবাৰ।
চতুৰ্থী পূজা-
২৯ছেপ্তেম্বৰ।গুৰুবাৰ।
( Religious Studies )
পঞ্চমী পূজা-
শুক্ৰবাৰ-৩০ছেপ্তেম্বৰ।
ষষ্ঠী পূজা-
১অক্টোবৰ-শনিবাৰ।
সপ্তমী পূজা-
ৰবিবাৰ-২অক্টোবৰ
অষ্টমী পূজা-
৩অক্টোবৰ-সোমবাৰ।
নৱমী পূজা-
মংগলবাৰ-৪অক্টোবৰ।
দশমী পূজা-
৫অক্টোবৰ।বুধবাৰ।
নৱৰাত্ৰিত ন'টা ৰাত্ৰিত তিনিগৰাকী দেৱী মহালক্ষ্মী,মহাসৰস্বতী বা সৰস্বতী আৰু দূৰ্গাৰ ন স্বৰূপৰ পূজা কৰা হয়।যাক নৱদূৰ্গা কোৱা হয়।এই ৯টা নিশা আৰু দশম দিনৰ দিনা-শক্তি দেৱীৰ ৯টা ৰূপক পূজা কৰা হয়।দূৰ্গাৰ অৰ্থ হৈছে-জীৱনৰ দুখক আঁতৰোৱা।নৱৰাত্ৰি এক প্ৰমূখ উৎসৱ হয় যি সম্পূৰ্ণ ভাৰততে মহান উৎসাহেৰে পালন কৰা হয়।
জয় মা দুৰ্গা…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment