গণেশ ভগৱানৰ সোণৰ মূৰ্তি আৰু এগৰাকী বৃদ্ধাৰ কথা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 14, 2022

গণেশ ভগৱানৰ সোণৰ মূৰ্তি আৰু এগৰাকী বৃদ্ধাৰ কথা : Religious Studies

Religious Studies


এগৰাকী বৃদ্ধাই সদায়ে-মাটিৰ গণেশক পূজা কৰিছিল।কিন্তু বৃদ্ধা গৰাকীয়ে বনোৱা মাটিৰ গণেশৰ মূৰ্তি সদায়ে গলি গৈছিল।বৃদ্ধা গৰাকীৰ ঘৰৰ ওচৰতে এজন ধনী ব্যক্তিয়ে ঘৰ বনাই আছিল। ( Religious Studies )


বৃদ্ধা গৰাকীয়ে সেই ধনী ব্যক্তিজনৰ ঘৰলৈ গৈ-ঘৰ বনাই থকা বনুৱাসকলক কলে-লৰাসকল-মই মাটিৰে বনোৱা গণেশল মূৰ্তি সদায়ে গলি যায়।সেইবাবে-মোৰ পূজাৰ বাবে-তোমালোকে পাথৰৰ এটা গণেশৰ মূৰ্তি বনাই দিবা।তোমালোকৰ বহু কৃপা হব।


বৃদ্ধাৰ কথা শুনি ঘৰ বনাই থকা বনুৱাসকলে কলে-মাই-যিমান সময় লৈ-তোমাৰ বাবে মূৰ্তি বনাম-সেই সময়কনত আমি মালিকৰ বেৰখন ঠিয় কৰি দিম।


বৃদ্ধা গৰাকীয়ে-বনুৱাসকলৰ তেনে কোৱাত দুখী মনেৰে নিজৰ ঘৰলৈ উভতি আহিল।বনুৱাসকলৰ বেৰখন সম্পূৰ্ণ কৰোঁতে কৰোঁতে আবেলি হলগৈ।কিন্তু বেৰখন বনোৱাৰ আগে বেঁকা হয় যায়। ( Religious Studies )


আবেলি সময়ত সেই ঘৰটোৰ মালিক আহি-বনুৱাসকলক সুধিলে যে-আজি একো কাম নহলে নি!তেতিয়া বনুৱাসকলে-মালিকক বৃদ্ধা গৰাকীৰ কথা কলে।তেতিয়া ঘৰৰ মালিকে-বৃদ্ধা গৰাকীৰ ওচৰলৈ গৈ কলেগৈ-মা,তুমি আমাৰ বেৰখন চিধা কৰি দিয়া,তেতিয়া মই তোমাক সোণৰ গণেশৰ মূৰ্তি গঢ়ি দিম।


ভগৱান গণেশে এই কথা শুনিয়েই মালিকৰ বেৰখন চিধা কৰি দিলে।ঘৰৰ মালিকে-বৃদ্ধা গৰাকীক পূজাৰ বাবে সোণৰ গণেশৰ মূৰ্তি গঢ়ি দিলে।ভগৱান গণেশক পায়-বৃদ্ধা গৰাকী বহুত সুখী হল।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages