দেৱী লক্ষ্মীৰ পূজা কৰিলে-ঘৰত সদায়ে,সুখ-শান্তি আৰু সমৃদ্ধি বৰ্তি থাকে। ( Religious Studies )
হিন্দু ধৰ্ম অনুসাৰে বৃহস্পতিবাৰৰ দিনা বিবাহিত মহিলায়ে মা লক্ষ্মীৰ পূজা কৰে।এনে কৰিলে ঘৰত ধনৰ অভাৱ সমাপ্ত হয় আৰু সুখ-শান্তি বিস্তাৰ হয়।ধন আৰু সম্পত্তিৰ অধিষ্টাত্ৰী দেৱী মা লক্ষ্মীৰ জন্ম সমুদ্ৰ মন্থনৰ সময়ত হৈছিল।দেৱী লক্ষ্মীৰ পূজা কৰিলে কেৱল ধনৰ প্ৰাপ্ত নহয়,বৈভৱৰ প্ৰাপ্ত হয়।
সকলোৱে বিচাৰে যে-ধন আৰু ঐশ্চয্যৰ দেৱী মা লক্ষ্মী সদায়ে সুখী হৈ থাকে যেন আৰু দেৱী লক্ষ্মীৰ কৃপা সদায়ে যেন থাকে।সেইবাবে বহু লোকে সম্পূৰ্ণ বিধি বিধানেৰে দেৱী লক্ষ্মীৰ পূজা কৰে।কিন্তু পূজা সফল হবলৈ,মা লক্ষ্মী আপোনাৰ দ্ধাৰা প্ৰসন্ন হয়,ঘৰলৈ সুখ-সমৃদ্ধি আহে,এইবাবে এই কথা বিশেষ কৰি ধ্যান দিব লাগে-আপুনি দেৱী লক্ষ্মীৰ কেনে চিত্ৰৰ পূজা কৰিছে?
ঘৰত লগাব লাগে-মা লক্ষ্মীৰ এনে ফটো!
( Religious Studies )
বহুলোকে মা লক্ষ্মীৰ পূজাৰ বাবে-যিকোনো ফটো ঘৰলৈ লৈ আহে।যি একেবাৰে শুদ্ধ নহয়।মা লক্ষ্মীৰ ফটো ঘৰলৈ অনাৰ সময়ত কিছু কথাৰ মন কৰিব লাগে,অন্যথা ইয়াৰ দ্ধাৰা আপোনাৰ জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে।।
দেৱী লক্ষ্মীৰ ফটোত হাতী থকাটো বহুত শুভ মনা হয়।যদি মহালক্ষ্মীৰ দুয়োফালে হাতী বৈ থকা পানীত থিয় হৈ থাকে আৰু খুচৰা পইচা বৰষাই আছে,এনে ফটো ঘৰত লগালে,আপোনাৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়।যদি লগতে ফটোত হাতীয়ে নিজৰ শুৰত কলহ লৈ আছে,তেন্তে এনে ছৱিকো শুভ মনা হয়।আৰু ইয়াৰ ঘৰত সুখ-শান্তি বৰ্তি থাকে।
দেৱী লক্ষ্মীৰ চিত্ৰ ক্ৰয় কৰাৰ সময়ত-এই কথা মন কৰিব যে-দেৱী লক্ষ্মী যাতে কমল পুষ্পত বহি থকা হয়।এনে ছৱিক বহুত শুভ মনা হয়।আৰু এনে ছৱিৰ পূজা কৰিলে ঘৰ ধন-ধানেৰে পূৰ্ণ হয় থাকে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment