জ্ঞানৰ অভাৱত বহুতো ব্যক্তিয়ে হিন্দু ধৰ্মক এনেদৰে বদনাম কৰি আহিছে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 14, 2022

জ্ঞানৰ অভাৱত বহুতো ব্যক্তিয়ে হিন্দু ধৰ্মক এনেদৰে বদনাম কৰি আহিছে : Religious Studies

Religious Studies


অতিতৰ পৰাই হিন্দু ধৰ্মক বিনাশ কৰাৰ বাবে সময়ে সময়ে চেষ্টা চলি আহিছে । ইয়াৰ বাবে আদিম যুগত দানৱৰ আক্ৰমণ হৈছিল , তাৰ পাছত মোগল , ব্ৰিটিছ , ফৰাছী আদি বহুতেই আক্ৰমণ কৰিও হিন্দু ধৰ্মক শেষ কৰিব পৰা নাই ।। ( Religious Studies )


চল , বল , কৌশক একোৰেই বিনাশ কৰিব নোৱাৰি পাছত বদনাম কৰাত লাগিল ।


হিন্দুৰ প্ৰত্যেক টো প্ৰথাৰে ভুল বাখ্যা দি বহুত কৌশলেৰে বদনাম কৰি আহিছে ।


তাৰেই এটা উদাহৰণ হল 33 কোটি দেৱতা । হিন্দু ধৰ্মত 33 কোটি দেৱতা আছে বুলি কৈ হিন্দু ধৰ্মক বেলেগ ধৰ্মৰ মানুহে তো হাঁহি আহিছে তাৰ লগতে হিন্দু ধৰ্মৰ মানুহেও নিজেই নিজৰ ধৰ্মৰ ওপৰত হাঁহে । কাৰণ জ্ঞানৰ অভাৱ ।


আচলতে হিন্দু ধৰ্মত 33 কোটি নহয় , 33 প্ৰকাৰৰ হে দেৱতা আছে ।

সংস্কৃতত কোটি শব্দৰ অৰ্থ 2 তা । তাৰ এটা হল কোটি মানে প্ৰকাৰ বা শ্ৰেণী  আৰু আনটো কৌটি মানে কোটি ।। ( Religious Studies )


33 প্ৰকাৰৰ দেৱতা তলত দিয়া হল ::


12 প্ৰকাৰ হল আদিত্য : ধাতা , মীত , আৰ্যমা , চক্ৰ ,বৰুণ , আঁচ , ভাগ , বিবাশ্বন , পূশ , ছবিতা , তাৱশ্য আৰু বিষ্ণু ।


8 প্ৰকাৰ হল বসু : ধৰ , ধ্ৰুৱ , সোম , অহ, অনিল , অনল , প্ৰত্যুশ আৰু প্ৰভাষ ।


11 প্ৰকাৰ হল ৰুদ্ৰ : হৰ , বহুৰোপ , ট্ৰায়ম্বক , অপৰাজিতা , বৃষকপি , সম্ভূ , কঁপাৰ্টি , ৰেৱাত ,মৃগব্যধ , সর্বা , আৰু কপালি ।


আৰু 2 প্ৰকাৰ হল অস্বীনি আৰু ,কুমাৰ ।।।।


মুঠ 12+8+11+2 =33.


🚩🚩🚩🚩🚩🙏


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।  ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages