'OLD MEN ARE NOT STUPID' কিতাপখনৰ বিষয়ে ভালদৰে জানি লওক : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 7, 2022

'OLD MEN ARE NOT STUPID' কিতাপখনৰ বিষয়ে ভালদৰে জানি লওক : Assamese Storyboard

Assamese Storyboard


এজনী ছোৱালীয়ে তাইৰ দেউতাকৰ সৈতে বহি সময় কটাই আছিল ৷ সেই সময়তেই তাইৰ boy friend আহি উপস্থিত হ'ল।  ( Assamese Storyboard )


ছোৱালীজনীৰ উপায় নাইকীয়া অৱস্থা | দেউতাকে কি বুলি ভাৱিব এতিয়া...! আজিৰ যুগৰ সুচতুৰ ল'ৰা ছোৱালী হিচাবে দেউতাকৰ সন্মুখত অলপ বেলেগ ধৰণেৰে কথা পাতি দেউতাকক ফাঁকি মাৰিব বিচাৰিলে | কেনে ধৰণে কথা পাতিলে আহকচোন তাৰেই সোৱাদ লওঁ......


ছোৱালী:--- তুমি লৰেন্জ ফ্লেমিনৰ "DADDY IS AT HOME " কিতাপখন ল'বলৈ আহিছা নেকি?


Boyfriend:--- নহয়, মই ৰবিন কলিন্সৰ লিখা "WHERE SHOULD I WAIT FOR YOU ?" কিতাপখন লবলৈ আহিছো ৷


ছোৱালী:--- sorry, মোৰ তাত নাই ৷ তথাপি তুমি অমৰ শ্ৰীবাস্তৱে লিখা "UNDER THE MANGO TREE" কিতাপখন লব পাৰা 


Boyfriend:--- OK... তুমি কলেজলৈ যাওঁতে Retail

management guide ৰ "CALL YOU IN FIVE MINUTES" কিতাপখন ল'ব নাপাহৰিবা ৷ ( Assamese Storyboard )


ছোৱলী:--- মই কলেজ যোৱাৰ সময়ত 

"I WON'T LET YOU DOWN" কিতাপখনো লৈ যাম ৷


Boyfriend বিদায় লৈ গুচি গ'ল।


তেতিয়া দেউতাকে জীয়েকক ক'লে:---

ইমানখিনি কিতাপ সি কেনেকৈ পঢ়িব পাৰিব?


ছোৱালী:--- দেউতা, সি বৰ স্মাৰ্ট, বুদ্ধিমান

আৰু চোকা ল'ৰা ৷


দেউতাক:--- ঠিক আছে। তাক মাইকেল ক্ৰুছৰ

"OLD MEN ARE NOT STUPID"

কিতাপখনো দিবলৈ নাপাহৰিবা ৷😜


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages