আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 7, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

 ২১ ভাদ, বুধবাৰ ইং, ৭ চেপ্তেম্বৰ ২০২২। ( Horoscope Today ) 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাআজিৰ দিনটোত প্ৰেমত শুভ হ'ব, প্ৰেমত সহাৰি লাভ কৰিব, মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।   


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায় । 


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হ'ব, যদিও আজি আপুনি সজাগ প্ৰাপ্ত হানি হ'ব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত ভাল বন্ধু লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও সজাগ নহ'লে কৰ্মত সামান্য জটিলতা আহিব পাৰে , লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ  হোৱাৰ  যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ হ'ব, নিবনুৱা সকলৰ কৰ্মপাপ্তিৰ লাভ হ'ব  পাৰে, আৰ্থিক অৱস্থা উন্নতি হ'ব, প্ৰেমত শুভ হ'ব যদিও আজি মহিলা সকলে সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।  ( Horoscope Today ) 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ কৰিব পাৰিব, ধন ধান বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সুখ শান্তি বাঢ়িব, স্বাস্থ্যৰ উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ আশা ভংগ হ'ব পাৰে।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য কষ্ট  পোৱাৰ  যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, দ্ৰব্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য খংঙ আৰু উত্তেজনাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত  ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য   হোৱাৰ যোগ দেখা যায় । 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত আত্মবিশ্বাস বাঢ়িব, শত্ৰু নাশ হ'ব, লগতে আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages