এইখিনি সময় গৰ্ভধাৰণৰ বাবে উত্তম সময় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 16, 2022

এইখিনি সময় গৰ্ভধাৰণৰ বাবে উত্তম সময় : Assamese Health Tips

Assamese Health Tips


স্ত্ৰীৰ ঋতুকাল ১৬ দিনৰ হয় । ৰজস্বলা বা মাহেকীয়া হোৱাৰ প্ৰথম দিনৰ পৰা হিচাপ কৰিব লগে ।। প্ৰথম ৪ দিন বৰ্জিত বুলি কোৱা হৈছে । ১১ আৰু ১৩ দিনৰ দিনা সহবাস নিষিদ্ধ । ( Assamese Health Tips )


ইয়াৰ পিছত অমাৱস্যা আৰু পূৰ্ণিমাৰ দুদিন নিষিদ্ধ । বাকী থকা কেইদিনত সন্তান জন্মৰ বাবে ইচ্ছা কৰা  স্বামী - স্ত্ৰী  বিধি অনুসৰি সহবাস কৰিলে উত্তম সন্তানৰ জন্ম হয় । চৰক ঋষি , মনু মহাৰাজ আদিয়ে কৈছে যে স্বামী - স্ত্ৰীৰ যিজনৰ বীৰ্য্য বা ৰজ বেছি শক্তিশালী হয় , সেই চৰিত্ৰ প্ৰকাশ পায় সন্তানৰ গাত আৰু সেইদৰেই সন্তান জন্ম হয় । যদি পুৰুষ বীর্য্য অধিক শক্তিশালী হয় মহিলাৰ তুলনাত , তেন্তে সন্তান লৰা আৰু যদি স্ত্ৰীৰ ৰজ বেছি শক্তিশালী হয় , তেন্তে ছোৱালী জন্ম হয় বুলি কৈছে । ইয়াৰ উপৰিও যুগ্ম আৰু অযুগ্ম দিনৰ কথা কৈছে । 


যুগ্ম মানে যিবোৰ সংখ্যক হৰণ কৰিব পৰা যায় ।। 

শাস্ত্ৰ অনুসৰি ছোৱালী প্ৰাপ্তিৰ আশা কৰা স্বামী - স্ত্ৰীয়ে   ৫, ৭ , ৯ দিনৰ দিনা  আৰু লৰা প্ৰাপ্তিৰ আশা কৰা স্বামী - স্ত্ৰীয়ে  ৬ ,৮ , ১০ দিনৰ দিনা  সহবাস কৰাৰ পৰামৰ্শ দিছে । 


স্বামী আৰু স্ত্ৰীৰ দুয়োজন সমান বলশালী হলে সন্তান নুপুংশক বা লিংগহীন হয় বুলি কৈছে । অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনা মানুহৰ শৰীৰত তেজৰ সঞ্চালন সলনি হয় বাবে এই দুদিন বৰ্জন কৰিবলৈ পৰামৰ্শ দিছে । এই দুদিন সহবাস কৰিলে মানসিক বিকাৰগ্ৰস্ত বা শাৰীৰিকভাৱে অক্ষম সন্তান জন্ম পায় বুলি কৈছে ।


এইখিনি নিয়ম কেৱল সাধাৰণ ভাৱে ঋতুচক্ৰ হোৱা মহিলাৰ বাবেহে । সাধাৰণ ঋতুচ্ক্ৰ ২৮ দিনৰ বুলি কৈছে । যদি কাৰোবাৰ ৩০ দিন বা ৩৫ দিনত হয় , তেন্তে তেনেকুৱা পৰিস্থিতিত হিচাপ বেলেগ হব ।  ( Assamese Health Tips )


 periods যিদিনা আৰম্ভ হয় , সেইদিনাৰ পৰা শৰীৰৰ উত্তাপ জুখিব লাগে।  যিদিনা ডিম্বানু ওলাই fallopian tube ত আহিব , সেইদিনা শৰীৰৰ উত্তাপ কিছু বাঢ়ি থাকিব আৰু  তৰল পানীৰ দৰে যোনীৰে নিৰ্গত হব পাৰে l ডিম্বানু ওলাই ৪৮ ঘণ্টা পাছত fallopian tube পায় আৰু fallopian tube ত ২৪ ঘন্টালৈ সুস্থ হৈ থাকে । তাৰ পিছত লাহে লাহে ডিম্বানু নষ্ট হৈ যায় । অৰ্থাৎ শৰীৰৰ উত্তাপ বঢ়াৰ দিনাৰ পৰা ৪৮ ঘণ্টা বাদ দি পাছৰ ২৪ ঘণ্টাত সহবাস কৰিলে সন্তান প্ৰাপ্তি হব পাৰে ।


এইখিনি সময় গৰ্ভধাৰণৰ বাবে উত্তম সময় । 


যদি কোনোবা স্ত্ৰীৰ এটা fallopian tube ব্লক আছে , তেন্তে তেনে মহিলাই প্ৰতি মাহে মাহেকীয়াৰ সময়ত thermometer লৈ শৰীৰৰ উত্তাপ জুখি চাব । সাধাৰণতে এটা মাহত এটা ফালৰ পৰাহে ডিম্ব ওলায় । যিটো ফালত ব্লক আছে , সেইটো ফালৰ পৰা ওলালে Conceive নহব পাৰে , গতিকে পৰৱৰ্তী মাহত আনটো ফালৰ পৰা ডিম্বানু ওলালে পৰৱৰ্তী মাহত সন্তান প্ৰাপ্তিৰ বাবে সহবাস কৰিব লাগে ।

দুয়ো ফালৰ পৰা ডিম্বানু ওলালে যমজ সন্তান জন্ম হয় বুলি আয়ুৰ্বেদত কৈছে ।। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages