ৰাতি শুৱাৰ সময়ত কান মালিছৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 15, 2022

ৰাতি শুৱাৰ সময়ত কান মালিছৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips


ৰাতি শুৱাৰ সময়ত কাণ মালিছৰ উপকাৰিতা জানিলে আপুনি আচৰিত হব । সদায় ৰাতি যিজনে কাণ মালিছ কৰে , তেওঁ তলৰ সমস্যাকেইটাৰ পৰা মুক্ত হৈ থাকে । Assamese Health Tips ) 


ৰাতি কান মালিছ কৰিলে টোপনি ভাল হয় আৰু অনিদ্ৰাৰ সমস্যা দূৰ হয় , মূৰৰ বিষ নিমিষতে দূৰ হয় , শৰীৰৰ উত্তাপ বঢ়াই দিয়ে , স্মৃতি শক্তি বঢ়ায় , চকুৰ দৃষ্টি শক্তি বঢ়ায় , কাণৰ শব্দ দূৰ হয় , মানসিক অৱসাদ দূৰ কৰে । যিজনৰ ভৰি ঠাণ্ডাৰ দিনত চেঁচা পৰি থাকে , তেওঁ কান মালিচ কৰিলে ভৰি গৰম হৈ উঠে।


গতিকে সদায় ৰাতি শুৱাৰ সময়ত কান মালিচ কৰক।


20 বাৰ ওপৰৰ ফালে টানিব , 20 বাৰ তলৰ লটিত ধৰি টানিব , 20 বাৰ মাজত ধৰি টানিব আৰু 10 বাৰ হাতৰ তলুৱাৰে গোটেই কান দুখন মোহাৰিব । হাতত মিঠাতেল লৈ লব ।


১ . কিছমিছ , ঘিঁউ , সন্ধ্যা নিমখ  ;  মিহলাই যিয়ে খায় 

মুৰঘূৰোৱা তৎক্ষণাৎ বন্ধ হৈ যায় । Assamese Health Tips ) 


২. ডালিমৰ কলীৰ ৰস উলিয়াই নাকত 2 টোপাল দিলে 

তৎক্ষণাৎ তেজ ওলোৱা বন্ধ হয় নাকৰ ।

৩ .  দুই চামুছ ৰস পিয়াঁজৰ , মিশ্ৰিৰ লগত যিয়ে খায় 

২০ দিনত পাঠৰ  গলি ওলাই পৰে ।

৪ .  আধা কাপ তীয়হৰ ৰস  দৈনিক যিয়ে খায় , 

অতি সোনকালে পাঠৰ নোহোৱা হৈ যায় তেওঁৰ ।

৫ . আদা ৰস 2 চামুছ মৌৰ লগত মিহলাই  দুই বাৰ দিনত খালে 

কাঁহ -চৰ্দি কফ হাজাৰ মাইল দূৰৈত থাকে ।

৬ . গৰম পানীত মৌ মিহলাই দিনত দুবাৰ খালে 

চৰ্দি হোৱা অতি সোনকালে ভাল পায় ।।

৭ . কপাহ জ্বলাই চাই কৰি লগাওঁক যত ঘা হৈছে , দুদিনতেই আৰাম পোৱা যায় ।

৮ . নিম পাতৰ গুড়ি , জৈনগুটিৰ গুড়ি আৰু গুড়  সমপৰিমানৰ লৈ এক চামুছ যিয়ে খায় ,  পেটৰ পেলু লুপ্ত পায় ।

৯ . দুই চামুছ মৌ আৰু দুই চামুছ  নিমপাতৰ ৰস দিনত এবাৰ খালে জণ্ডিছ নোহোৱা হয় ।

১০. মিশ্ৰিৰ লগত নিমপাতৰ ৰস মিহলাই খালে 

পনীয়া শৌচ ভাল হয়


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages