ৰাতি শুৱাৰ সময়ত কাণ মালিছৰ উপকাৰিতা জানিলে আপুনি আচৰিত হব । সদায় ৰাতি যিজনে কাণ মালিছ কৰে , তেওঁ তলৰ সমস্যাকেইটাৰ পৰা মুক্ত হৈ থাকে । ( Assamese Health Tips )
ৰাতি কান মালিছ কৰিলে টোপনি ভাল হয় আৰু অনিদ্ৰাৰ সমস্যা দূৰ হয় , মূৰৰ বিষ নিমিষতে দূৰ হয় , শৰীৰৰ উত্তাপ বঢ়াই দিয়ে , স্মৃতি শক্তি বঢ়ায় , চকুৰ দৃষ্টি শক্তি বঢ়ায় , কাণৰ শব্দ দূৰ হয় , মানসিক অৱসাদ দূৰ কৰে । যিজনৰ ভৰি ঠাণ্ডাৰ দিনত চেঁচা পৰি থাকে , তেওঁ কান মালিচ কৰিলে ভৰি গৰম হৈ উঠে।
গতিকে সদায় ৰাতি শুৱাৰ সময়ত কান মালিচ কৰক।
20 বাৰ ওপৰৰ ফালে টানিব , 20 বাৰ তলৰ লটিত ধৰি টানিব , 20 বাৰ মাজত ধৰি টানিব আৰু 10 বাৰ হাতৰ তলুৱাৰে গোটেই কান দুখন মোহাৰিব । হাতত মিঠাতেল লৈ লব ।
১ . কিছমিছ , ঘিঁউ , সন্ধ্যা নিমখ ; মিহলাই যিয়ে খায়
মুৰঘূৰোৱা তৎক্ষণাৎ বন্ধ হৈ যায় । ( Assamese Health Tips )
২. ডালিমৰ কলীৰ ৰস উলিয়াই নাকত 2 টোপাল দিলে
তৎক্ষণাৎ তেজ ওলোৱা বন্ধ হয় নাকৰ ।
৩ . দুই চামুছ ৰস পিয়াঁজৰ , মিশ্ৰিৰ লগত যিয়ে খায়
২০ দিনত পাঠৰ গলি ওলাই পৰে ।
৪ . আধা কাপ তীয়হৰ ৰস দৈনিক যিয়ে খায় ,
অতি সোনকালে পাঠৰ নোহোৱা হৈ যায় তেওঁৰ ।
৫ . আদা ৰস 2 চামুছ মৌৰ লগত মিহলাই দুই বাৰ দিনত খালে
কাঁহ -চৰ্দি কফ হাজাৰ মাইল দূৰৈত থাকে ।
৬ . গৰম পানীত মৌ মিহলাই দিনত দুবাৰ খালে
চৰ্দি হোৱা অতি সোনকালে ভাল পায় ।।
৭ . কপাহ জ্বলাই চাই কৰি লগাওঁক যত ঘা হৈছে , দুদিনতেই আৰাম পোৱা যায় ।
৮ . নিম পাতৰ গুড়ি , জৈনগুটিৰ গুড়ি আৰু গুড় সমপৰিমানৰ লৈ এক চামুছ যিয়ে খায় , পেটৰ পেলু লুপ্ত পায় ।
৯ . দুই চামুছ মৌ আৰু দুই চামুছ নিমপাতৰ ৰস দিনত এবাৰ খালে জণ্ডিছ নোহোৱা হয় ।
১০. মিশ্ৰিৰ লগত নিমপাতৰ ৰস মিহলাই খালে
পনীয়া শৌচ ভাল হয়
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment