আপুনিও গেছ, এচিডিটি, বদহজম সমস্যা কেইটাৰ লগত যুঁজি আছে আৰু দৈনিক গেছৰ ঔষধ খাব লগা হৈ আছে , তেন্তে তলত দিয়া বিধান কেইটা মানি চলক । ( Assamese Health Tips )
অতি সোনকালে সুফল পাব । গেছৰ ঔষধ খালে পেটৰ কেঞ্চাৰ , হাড়ৰ কেঞ্চাৰ , লিভাৰ নষ্ট হোৱাৰ সম্ভাৱনা থাকে ।
পোন প্ৰথমে ৰাতিপুৱা উঠি 3 গিলাচ গৰম পানী খাওঁক । গৰম পানী খোৱাৰ ডেৰ-দুই ঘণ্টা পিছত আপুনি পেট ভৰাই খাদ্য খাওঁক । চাহ ৰাতিপুৱা নাখাব ।
ভাত খাই উঠি কমছে কম 1 ঘণ্টা পানী নাখাব । ভাতৰ লগত পানী একেবাৰে নাখাব । খোৱা খাদ্য ভালকৈ কমছে কম 20 বাৰকৈ চোবাই খাওঁক। খাদ্য ভালকৈ চোবাই খালে লালটি আহি খাদ্যৰ লগত মিহলি হব আৰু পানীৰ দৰকাৰ নহব ।
মুখৰ লালটি খাদ্যৰ লগত মিহলি হলেহে খাদ্য সোনকালে হজম হব পাৰে । যদি চোবাই নাখায় আৰু পানী খাই ভাত গিলি থৈছে , তেন্তে কিছু সময়ৰ পিছতেই টেঙা উগাৰ আহিব ।
প্ৰথম অৱস্থাত অভ্যাস কৰাৰ বাবে লগত গৰম পানী এগিলাচ লৈ তাত নিম্বু মিহলাই থব । লাহে লাহে ভাতৰ লগত পানী খোৱা অভ্যাস সম্পূৰ্ণ বন্ধ কৰিব ।
এইখিনি কৰিলেই আপুনি 3 দিনৰ ভিতৰতে গেছৰ সমস্যাৰ পৰা মুক্ত হব । ( Assamese Health Tips )
যদি আপোনাৰ fatty লিভাৰ বা লিভাৰৰ আন কিবা সমস্যা আছে , তেন্তে আপুনি বেলেগ বনৌষধি খাব লাগিব ।
Fatty লিভাৰৰ বাবে পূৰ্ণনভা শাকৰ গুড়ি ৰাতিপুৱা উঠি এক গিলাচ উতলা গৰম পানীত মিহলাই খাওঁক । তাৰ লগত আৰু দুগিলাছ গৰম পানী খাওঁক ।
ভাত খাই উঠি আমাৰ aloevera ৰসতো 30 ML খাই দিয়ক ।
ৰাতি যিমান পাৰে সোনকালে খাদ্য খাই লৈ কমছে কম দুই ঘণ্টা নুশুব । 2 ঘণ্টা পিছত 1 গিলাচ গৰম পানীত 1 চামুচ ত্ৰিফলা গুড়ি মিহলাই খাওঁক।
এনেকৈ 3 মাহ কৰিলে fatty liver grade 2 লৈ ঠিক হয় ।
উপৰোক্ত বিধান কেৱল প্ৰাপ্ত বয়স্কৰ বাবেহে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।
No comments:
Post a Comment