কিডনী অকস্মাৎ নষ্ট হয় নেকি জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 9, 2022

কিডনী অকস্মাৎ নষ্ট হয় নেকি জানি লওক : Assamese Health Tips

Assamese Health Tips


কিডনী আৰু লিভাৰ অকস্মাৎ বা এবছৰ-দুবছৰ বা এমাহ-দুমাহত নষ্ট হোৱা অংগ নহয় ।  Assamese Health Tips ) 


কিডনী নষ্ট হোৱা মানুহজনৰ শৰীৰত 5-6 বছৰ আগৰ পৰাই কিছুমান লক্ষণ দেখা দি থাকে । যদি সেই লক্ষণ বোৰ অৱহেলা কৰে , তেন্তে ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ সম্ভৱনা থাকে । 


গাত অস্বাভাৱিক ভাৱে তিল-মাহ আদি বাঢ়ি যোৱাটো ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ ইংগিত দিয়ে । 


গাত কোনো কাৰণ নোহোৱাকৈ খজুৱতি হৈ থকা , মহে কামোৰাৰ দৰে অনুভৱ হোৱা ,  ছালত বেজিৰে ফুটাই দিয়া যেন অনুভৱ হোৱা আদি ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ লক্ষণ । Assamese Health Tips ) 


ভৰি ফুলি থকা বা গোটেই শৰীৰ ফুলি যোৱাটো কিডনী নষ্ট হোৱাৰ লক্ষণ । 


শৰীৰৰ উজ্জলতা নোহোৱা হৈ অহা বা শেঁতা পৰা ছাল সাম্ভাব্য  কিডনী ৰোগীৰ লক্ষণ ।


এইবোৰ লক্ষণ 5-6 বছৰ আগতে দেখা দিয়ে শৰীৰত । যদি এই লক্ষণবোৰ দেখাৰ সময়ত নিয়ম নীতি সলনি কৰি আয়ুৰ্বেদিক পন্থা অৱলম্বন কৰে , তেন্তে ভৱিষ্যতে জীৱন আৰু সম্পত্তি দুয়োটা বচাব পাৰিব ।

বছৰি কমেও দুমাহ পূৰ্ণনভা শাকৰ গুড়ি নাইবা ৰস খাই থাকিলে লিভাৰ আৰু কিডনী নমৰালৈকে কমেও 100 বছৰ নষ্ট হব নোৱাৰে ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



1 comment:

Advertisement

Pages