Misscarriage কেৱল মহিলাৰ দোষতেই নহয় । পুৰুষৰ দোষৰ বাবেও Misscarriage হয় । মহিলাৰ তুলনাত পুৰুষ বীৰ্য্যৰ দোষৰ বাবে Misscarriage বেছিকৈ হয় । ( Assamese Health Tips )
গৰ্ভধাৰনৰ সময়ত পুৰুষ বীৰ্য্যত থকা ক্ৰুটিৰ বাবে এটা সুস্থ ভ্ৰুণ ঠিতাপি লব নোৱাৰে আৰু বিকাশ হব নোৱাৰি Misscarriage হৈ যায় ।
পুৰুষ বীৰ্য্যত লাগতীয়াল ধাতুৰ অভাব ঠাকিলে গৰ্ভ ঠিতাপি ললেও সেই গৰ্ভ হয় পৰি যায় নাইবা ৰুগীয়া সন্তান জন্ম হয় ।
সেইবাবেই Misscarriage হোৱা মহিলাৰ ক্ষেত্ৰত কেৱল মহিলাগৰাকীৰ চিকিৎসা কৰি কৰি ভাগৰি যায় আজিকালি বেছিভাগেই ।
স্ত্ৰীৰ- অসাধ্য ৰজ-বীৰ্য্য
অসাধ্য ৰজ-বীৰ্য্য ধাতু , যিয়ে সন্তান জন্ম দিবলৈ অসমৰ্থ হয় , তাৰ কেইটামান লক্ষণ তলত দিয়া হল । ( Assamese Health Tips )
যিগৰাকী নাৰীৰ ঋতুৰ সময়ত ঋতুস্ৰাৱৰ গোন্ধ মৰা শৱৰ দৰে হয় , গু-মূত্ৰ আদিৰ দৰে গোন্ধায় , গাঁঠি গাঁঠি হৈ ওলায় তেনে ৰজ-বীৰ্য্যৰ দ্বাৰা সন্তান জন্ম দিয়াটো সম্ভৱ নহয় বুলি কৈছে বাগভত্ত ঋষিয়ে ।
ৰক্ত দূষিত হলে হোৱা ঋতুস্ৰাৱ মৰা শৱৰ দৰে গোন্ধায় , বাতদোষ থাকিলে গাঁঠি গাঁঠি হৈ ওলায় আৰু দুয়োটা দোষ থাকিলে পূঁজ-পানীৰ দৰে ওলায় ।
এইবোৰ দোষ পালে উপযুক্ত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাৰ দৰকাৰ ।
তলত লক্ষণ অনুযায়ী দুটামান বিধান দিয়া হল ।
ঋতুস্ৰাৱ মৰা শৱৰ দৰে গোন্ধালে ডালিমৰ বাকলিৰ গুড়ি , অৰ্জুন গছৰ ছালৰ গুড়ি সমজোখেৰে লৈ ঘিউৰ লগত ভাজি লৈ গৰম গাখীৰৰ লগত নিয়মীয়াকৈ খাব লাগে সম্পূৰ্ণ ভাল নোহোৱালৈ ।
বাত দোষী অৰ্থাৎ ঋতুস্ৰাৱ গোটা গোটা হৈ ওলালে পলাশ ফুল শুকাই গুড়ি কৰি ভস্ম বনাই লব ।
দুপৰটেঙাৰ পাত 7/8 টা দুগিলাছ পানীত উতলাই লৈ পানী কমি এগিলাচ হলে তাত 2 গ্ৰাম পলাশৰ ভস্ম মিহলাই লৈ খাব ৰাতিপুৱা । সম্পূৰ্ণ ভাল নোহোৱালৈকে খাব ।
ইয়াৰ উপৰন্ত শতমূল চূৰ্ণ গৰম গাখীৰ বা পানীত মিহলাই নিয়মিত খাব ।
যি ঋতুস্ৰাৱৰ পৰা কোনো দুৰ্গন্ধ নোলায় , কাপোৰত দাগ লাগি নৰয় , বেচিও নহয়-কমো নহয় , তেনে ঋতুস্ৰাৱৰ মহিলাক সুস্থ আৰু সন্তান জন্ম দিয়াৰ বাবে উত্তম বুলি কৈছে বাগভত্ত ঋষিয়ে ।।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Hokolu misa moi accept nokru.
ReplyDelete