কেনেকুৱা লক্ষণৰ স্ত্ৰীয়ে সন্তান জন্ম দিব নোৱাৰে জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 13, 2022

কেনেকুৱা লক্ষণৰ স্ত্ৰীয়ে সন্তান জন্ম দিব নোৱাৰে জানি লওক : Assamese Health Tips

Assamese Health Tips


Misscarriage কেৱল  মহিলাৰ দোষতেই নহয় । পুৰুষৰ দোষৰ বাবেও Misscarriage হয় । মহিলাৰ তুলনাত পুৰুষ বীৰ্য্যৰ দোষৰ বাবে Misscarriage বেছিকৈ হয় ।  Assamese Health Tips ) 

Assamese Health Tips


গৰ্ভধাৰনৰ সময়ত পুৰুষ বীৰ্য্যত থকা ক্ৰুটিৰ বাবে এটা সুস্থ  ভ্ৰুণ  ঠিতাপি লব নোৱাৰে আৰু  বিকাশ হব নোৱাৰি Misscarriage হৈ যায় । 

Assamese Health Tips


পুৰুষ বীৰ্য্যত লাগতীয়াল ধাতুৰ অভাব ঠাকিলে গৰ্ভ ঠিতাপি ললেও সেই গৰ্ভ হয় পৰি যায় নাইবা ৰুগীয়া সন্তান জন্ম হয় । 

Assamese Health Tips


সেইবাবেই Misscarriage হোৱা মহিলাৰ ক্ষেত্ৰত কেৱল মহিলাগৰাকীৰ চিকিৎসা কৰি কৰি ভাগৰি যায়  আজিকালি বেছিভাগেই ।


স্ত্ৰীৰ- অসাধ্য ৰজ-বীৰ্য্য 


অসাধ্য ৰজ-বীৰ্য্য ধাতু , যিয়ে সন্তান জন্ম দিবলৈ অসমৰ্থ হয় , তাৰ কেইটামান লক্ষণ তলত দিয়া হল । Assamese Health Tips ) 


যিগৰাকী নাৰীৰ ঋতুৰ সময়ত ঋতুস্ৰাৱৰ গোন্ধ মৰা শৱৰ দৰে হয় , গু-মূত্ৰ আদিৰ দৰে গোন্ধায় , গাঁঠি গাঁঠি হৈ ওলায়  তেনে ৰজ-বীৰ্য্যৰ দ্বাৰা সন্তান জন্ম দিয়াটো সম্ভৱ নহয় বুলি কৈছে বাগভত্ত ঋষিয়ে   । 


ৰক্ত দূষিত হলে হোৱা ঋতুস্ৰাৱ মৰা শৱৰ দৰে গোন্ধায় , বাতদোষ থাকিলে গাঁঠি গাঁঠি হৈ ওলায় আৰু দুয়োটা দোষ থাকিলে পূঁজ-পানীৰ দৰে ওলায় । 


এইবোৰ দোষ পালে উপযুক্ত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাৰ দৰকাৰ । 


তলত লক্ষণ অনুযায়ী দুটামান বিধান দিয়া হল ।


ঋতুস্ৰাৱ মৰা শৱৰ দৰে গোন্ধালে ডালিমৰ বাকলিৰ গুড়ি , অৰ্জুন গছৰ ছালৰ গুড়ি সমজোখেৰে লৈ ঘিউৰ লগত ভাজি লৈ গৰম গাখীৰৰ লগত নিয়মীয়াকৈ খাব লাগে সম্পূৰ্ণ ভাল নোহোৱালৈ ।


বাত দোষী অৰ্থাৎ ঋতুস্ৰাৱ গোটা গোটা হৈ ওলালে পলাশ ফুল শুকাই গুড়ি কৰি ভস্ম বনাই  লব । 


দুপৰটেঙাৰ পাত 7/8 টা দুগিলাছ পানীত উতলাই লৈ পানী কমি এগিলাচ হলে তাত 2 গ্ৰাম পলাশৰ ভস্ম মিহলাই লৈ খাব ৰাতিপুৱা । সম্পূৰ্ণ ভাল নোহোৱালৈকে খাব ।


ইয়াৰ উপৰন্ত শতমূল চূৰ্ণ গৰম গাখীৰ বা পানীত মিহলাই নিয়মিত খাব । 


যি ঋতুস্ৰাৱৰ পৰা কোনো দুৰ্গন্ধ নোলায় , কাপোৰত দাগ লাগি নৰয় , বেচিও নহয়-কমো নহয় , তেনে ঋতুস্ৰাৱৰ মহিলাক সুস্থ আৰু সন্তান জন্ম দিয়াৰ বাবে উত্তম বুলি কৈছে বাগভত্ত ঋষিয়ে ।।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



1 comment:

Advertisement

Pages