নাগাৰ্জুন বা দুধিৰ গুণাগুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 18, 2022

নাগাৰ্জুন বা দুধিৰ গুণাগুণ : Assamese Health Tips

Assamese Health Tips


ফটোত দেখা উদ্ভিদ বিধৰ সংস্কৃত নাম হল নাগাৰ্জুনি । আপোনাৰ ঘৰৰ চাৰিওফালে এপাক ঘূৰিলে ঘাঁহনীৰ মাজত দেখা পাব । ( Assamese Health Tips )


অলাগতিয়াল বুলি ভাবি আমি এইবোৰ কাটি চাফা কৰো । আজি আপুনি এইবিধ উদ্ভিদৰ বিষয়ে জানিলে হয়তো ভৱিষ্যতে ইয়াক সংৰক্ষণ কৰাৰ কথা ভাৱিব ।


এইবিধ উদ্ভিদ  গ্ৰহণী ৰোগ , লিভাৰৰ সমস্যা , আভোক , হাঁপানী , কোলাইটিছ ,নুপুংসকতা , জণ্ডিচ , পেলু বা কৃমি আদিত বহুত উপকাৰী । 

প্ৰসৱৰ পিছত মাতৃ দুগ্ধ কম হলে এইবিধৰ ৰস খালে সুফল পোৱা যায় ।


বাৰে বাৰে শৌচ লগা , খাদ্য খোৱাৰ পিছতেই শৌচ লগা আদিত ইয়াৰ পাত , শিপা , গা গছ ফুলৰে সৈতে শুকাই লৈ  গুড়ি কৰক আৰু সেই গুড়ি গৰম পানীত মিহলাই ৰাতিপুৱা কিছুদিন খালে ভাল পায় । 


ফিটা পেলুত ইয়াৰ ৰস 1/4 কাপকৈ  দৈনিক ৰাতিপুৱা 3 মাহ খাব লাগে ।  ( Assamese Health Tips )


বাকী সকলো ৰোগত ইয়াৰ শিপা , গা গছ , ফুল , পাত আদি শুকাই গুড়ি কৰি থব । দৈনিক ৰাতিপুৱা এক চামুচ গুড়ি এক গিলাচ গৰম পানীত কিছুদিন খাওঁক  । 


আমি ভগৱানক ধন্যবাদ দিব লাগে যে আমাক অসমত জন্ম দিছে । চাৰিওফালে ঔষধেই ঔষধ । তাৰ পিছতো medicine কোম্পানীবোৰৰ ষড়যন্ত্ৰত পৰি দৈনিক হেজাৰ হেজাৰ মানুহৰ জীৱনলৈ দুৰ্ভিক্ষ আহিছে । হেজাৰ হেজাৰ আবাল-বৃদ্ধ-বণিতা আমি অকালতেই হেৰুৱাই আহিছোঁ দৈনিক । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



1 comment:

  1. দেখাত একে এনেকুৱা বান দুবিধ আছে; নাগাৰ্যুন কোন বিধ - গাখীৰৰ দৰে আঠা ওলোৱা বিধ নেকি?

    ReplyDelete

Advertisement

Pages