ঘৰৰ আলমাৰিৰ এই বাস্তু নিয়মসমূহ জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 5, 2022

ঘৰৰ আলমাৰিৰ এই বাস্তু নিয়মসমূহ জানি লওক : Assamese Fact

Assamese Fact


ঘৰৰ আলমাৰি কোন দিশত ৰাখিছে!আলমাৰিৰ ভিতৰত কি কি বস্তু আছে!আলমাৰি কি ৰংৰ হয়!এই সকলোবোৰৰ সম্বন্ধ ঘৰৰ ধনী-দুখীয়াৰ ওপৰত পৰে।বাস্তু নিয়ম অনুসৰি ঘৰত আলমাৰি ৰাখিলে-আপোনাৰ ঘৰত ধনৰ বৰ্ষা হব পাৰে। ( Assamese Fact )


যদি আপুনি বাস্তু নিয়ম পালন নকৰে-তেন্তে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা প্ৰৱেশ কৰিব পাৰে।


১/ঘৰৰ আলমাৰিৰ দুৱাৰ কেতিয়াও দক্ষিণ দিশৰ ফালে খুলিব নালাগে।যি আলমাৰিৰ দুৱাৰ দক্ষিণৰ ফালে খুলে-সেয়া ধন-টকাৰ ফালে সদায়ে খালী হৈ থাকে।


২/আলমাৰিক কেতিয়াও মাটিত ৰাখিব নালাগে।আলমাৰি কাঠৰ টুকুৰাত উঠাই ৰাখিব লাগে।আলমাৰিৰ তলত কাগজ,কাপোৰ,কাৰ্পেটো দিব পাৰে।


৩/ঘৰৰ উত্তৰ পূৱ কোণত ভুলটো আলমাৰি ৰাখিব নালাগে।এই কোণত আলমাৰি ৰখাটো অশুভ মনা হয়।


৪/ঘৰৰ দক্ষিণ-পশ্চিম কোণ বা পশ্চিম দিশত আলমাৰি ৰখাটো শুভ মনা হয়।এই দিশে আলমাৰি ৰাখিলে-কোনোদিন ধনৰ অভাৱ নহয়। ( Assamese Fact )


৫/আলমাৰিৰ ভিতৰত থকা তিজৰি কেতিয়াও খালী কৰি নাৰাখিব।তাৰ ভিতৰত গহণা বা পইচা অৱশ্যে ৰাখিব।


৬/আলমাৰীৰ ভিতৰত ভগৱান শ্ৰী গণেশ আৰু দেৱী লক্ষ্মীৰ ফটো ৰাখিব লাগে।এয়া আপুনি আলমাৰিৰ ভিতৰত বা বাহিৰ লগাব পাৰে।এনে কৰিলে আলমাৰিৰ ভিতৰত ধনৰ বৃদ্ধি হয়।


৭/আলমাৰিৰ ভিতৰত ৫বা৭ টা ৰূপৰ মুদ্ৰা অৱশ্যে ৰাখিব।এনে কৰিলে-ঘৰলৈ আচৰিতভাৱে ধনৰ বৃদ্ধি হব।


৮/ঘৰত থকা আলমাৰিৰ ৰং ক্ৰীম বা পাতল হালধীয়া ৰংৰ হব লাগে।ভুলটো ঘৰত ৰঙা বা সেউজীয়া আলমাৰি ৰাখিব নালাগে।


৯/ঘৰৰ দক্ষিণ পশ্চিম দিশ বা পশ্চিম দিশত আলমাৰি ৰাখিলে প্ৰথমে সেই স্থানত অৰ্থাৎ আলমাৰি ৰখা ঠাইৰ তলত স্বস্তিকৰ চিহ্ন বনাব লাগে।এটা স্বস্তিকৰ চিহ্ন আলমাৰিৰ ওপৰটো বনাব পাৰে।এনে কৰিলে ঘৰত ধনৰ চুৰি কৰাৰ সম্ভাৱনা কমে।


১০/আলমাৰিত ধুলি হব দিব নালাগে।আলমাৰি চাফ-চিকুনাই ৰাখিব লাগে।তেতিয়াহে দেৱী লক্ষ্মী আলমাৰিৰ ভিতৰলৈ প্ৰৱেশ কৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages