ঘৰৰ এই ঠাইত লাফিং বুদ্ধাৰ মূৰ্তি ৰখাটো অতিকে শুভ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 4, 2022

ঘৰৰ এই ঠাইত লাফিং বুদ্ধাৰ মূৰ্তি ৰখাটো অতিকে শুভ : Assamese Fact

Assamese Fact


লাফিং বুদ্ধাৰ মূৰ্তি ঘৰ সজাঁবলৈ লোকপ্ৰিয় হয়।যিয়ে-ধন,ভাগ্য,আৰু সমৃদ্ধিক আকৰ্ষিত কৰে। ( Assamese Fact )


যেতিয়া আমি লাফিং বুদ্ধাৰ মূৰ্তিক দেখা পাওঁ-তেতিয়া হাঁহি এটা ওলাই।ডাঙৰ গুল পেট আৰু হাঁহিমুখীয়া ৰূপে-চাৰিওফালে হাঁহি বিয়পাই।


কিংবদন্তী অনুসৰি এজন সুখী ব্যক্তি আছিল-যাক হোত্ৰেয় নামেৰে জনা যায়।এজন চিনা ভিক্ষুক আছিল-যি বহু বছৰৰ আগতে আছিল।তেওঁ এজন,হাঁহিমুখীয়া,সহায়কৰা,স্বভাৱৰ আছিল।আৰু অতি সোনকালে এই কথা বিয়পি গল যে-স্বয়ং পূৰ্ণজন্ম লোৱা-বৌদ্ধসত্ব হয়।


বিভিন্ন লাফিং বুদ্ধা,প্ৰতিমায়ে উপলব্ধ হয়।আৰু সেয়া আমি ঘৰৰ বিভিন্ন দিশত ৰাখিব পাৰোঁ।


ঘৰৰ বাবে লাফিং বুদ্ধাৰ প্ৰতিমাৰ স্থান-


১)ঘৰত লাফিং বুদ্ধাৰ মূৰ্তিৰ প্ৰতিমাৰ সকলোতকৈ আদৰ্শ স্থান হৈছে-দক্ষিণ পূৱ দিশ।এয়া লিবিং ৰূম,হল এৰিয়া,ডাইনিং তথা শুৱা কোঠালিও হব পাৰে।এই স্থানত?লাফিং বুদ্ধাৰ মূৰ্তি ৰাখিলে-সামুয়িক ৰূপত সম্পূৰ্ণ পৰিয়ালৰ আয় বৃদ্ধি হয় আৰু ঘৰলৈ ধনৰ আগমণ ঘটে। ( Assamese Fact )


২/যদি আপুনি ধনক আকৰ্ষিত কৰিবলৈ নিজৰ ঘৰত-লাফিং বুদ্ধাৰ মূৰ্তি ৰাখিছে-তেন্তে এয়া ঘৰৰ প্ৰৱেশ দুৱাৰৰ ফালে ৰখাটো শুভ হয়।দুৱাৰৰ সন্মুখত-লাফিং বুদ্ধাৰ মূৰ্তি মূখ্য দুৱাৰৰ পৰা ভিতৰলৈ অহা শুভ প্ৰভাৱক স্বাগতম কৰে আৰু এয়াক অধিক বৃদ্ধি কৰে।


৩/এটা ভাল কায্য-জীৱন সন্তোলনৰ আনন্দ লবলৈ আৰু নিজৰ কায্যস্থলত স্বস্থ আৰু সামঞ্জস্বপূৰ্ণ সম্বন্ধ ৰাখিবলৈ-লাফিং বুদ্ধৰ মূৰ্তিক-নিজৰ কায্যলয়ত বা ঘৰৰ কায্যলয়ত ৰাখিব।এয়া চিন্তা আৰু চিন্তাৰ প্ৰভাৱৰ পৰা হোৱা সমস্যাক দূৰ কৰাত সহায় কৰে।


৪/যেতিয়া আপুনি ঘৰৰ পূৰ্ৱ দিশত লাফিং বুদ্ধাৰ মূৰ্তি ৰাখে-তেন্তে এনেকৈ ৰাখক-যাক পৰিয়ালৰ সকলো সদস্যই যাতে দেখি থাকে।তেতিয়া পৰিয়ালৰ সদস্যৰ মাজৰ যিকোনো সমস্যাক দূৰ কৰিব অনাৱশ্যকীয় মত-ভেদক দূৰ কৰিব।সকলোতকৈ শুভ সান হৈছে-লাফিং বুদ্ধাৰ মূৰ্তি ৰখাৰ-ঘৰৰ লিবিং ৰূম বা হল এৰিয়াত।


৫/যি পিতৃ-মাতৃয়ে অনুভৱ কৰে যে-তেওঁলোকৰ সন্তানৰ শৈক্ষিক ভাগ্যৰ আৱশ্যকতা আছে-তেন্তে তেওঁলোকে নিজৰ সন্তানৰ পঢ়া টেবুলত-লাফিং বুদ্ধাৰ মূৰ্তি ৰখাটো অতিকে শুভ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages