বাস্তু শাস্ত্ৰ অনুসাৰে ঘৰৰ মন্দিৰৰ এই সমূহ সামগ্ৰীয়ে গ্ৰহ দোষৰ কাৰণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 19, 2022

বাস্তু শাস্ত্ৰ অনুসাৰে ঘৰৰ মন্দিৰৰ এই সমূহ সামগ্ৰীয়ে গ্ৰহ দোষৰ কাৰণ : Assamese Fact

Assamese Fact


ঘৰৰ মন্দিৰত এই সমূহ সামগ্ৰী ৰাখিব নালাগে।নহলে ঘৰলৈ আহে দৰিদ্ৰতা আৰু গ্ৰহ দোষৰ কাৰণ- ( Assamese Fact )


বাস্তু শাস্ত্ৰ অনুসাৰে-এনে কিছুমান বস্তু আছে যি-ঘৰৰ মন্দিৰত ৰখাটো শুভ মনা নহয়।কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ ওচৰে-পাজৰে নকাৰত্মকতাৰ উৰ্জাৰ প্ৰভাৱ বাঢ়ে যি জীৱনত দৰিদ্ৰতাৰ কাৰণ হব পাৰে।


বাস্তু শাস্ত্ৰ অনুসাৰেৰ ঘৰৰ পূজা-স্থল বহুত মহত্বপূৰ্ণ স্থান হয়।যত ঈশ্বৰৰ,ধ্যান,প্ৰাৰ্থনা আৰু পূজা পাঠ কৰা হয়।কিন্তু বহুবাৰ বিধিবত দ্বাৰা পূজা-পাঠ কৰাৰ পাছতো-ব্যক্তিৰ জীৱনত সকাৰাত্মক সলনি নহয়,বা ব্যক্তিৰ মন প্ৰায় পূজাৰ সময়ত চিন্তিত হৈ থাকে।বাস্তু দোষৰ বাবেও এনে হব পাৰে।


বাস্তু শাস্ত্ৰত মন্দিৰৰ লগত জড়িত বহু কথা কোৱা হৈছে।যি পালন কৰি ব্যক্তিয়ে বাস্তু দোষ দূৰ কৰিব পাৰে।

Assamese Fact


বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰৰ মন্দিৰত-কেতিয়াও একেজন ভগৱানৰে-এটাতকৈ অধিক ফটো বা মূৰ্তি ৰাখিব নালাগে।কোৱা হয় যে-এটাতকৈ অধিক ফটো ৰাখিলে-শুভ কায্যত বাধা আহে-আৰু জীৱনলৈ অশান্তি আহে।


ঘৰৰ মন্দিৰত ডাঙৰ মূৰ্তি ৰাখিব নালাগে-কাৰণ-ঘৰৰ মন্দিৰৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা নহয়।লগতে এই কথা মন কৰিব লাগে যে-পূজা স্থলত কেতিয়াও খণ্ডিত মূৰ্তি বা ফঁটা ছৱি ৰাখিব নালাগে।কাৰণ-এয়া নকাৰত্মক প্ৰভাৱ উংপন্ন কৰে। ( Assamese Fact )


বাস্তু শাস্ত্ৰত কোৱা হৈছে যে-ঘৰৰ মন্দিৰত ৬ইঞ্চৰ পৰা সৰু শিৱ লিংগ ৰখাটোৱে শুভ মনা হয়।


ঘৰৰ মন্দিৰত শুকান বা মৰহি যোৱা ফুল ৰাখিব নালাগে।বহুলোকে এনে কৰে যে-ভগৱানক অৰ্পণ কৰা ফুল মন্দিৰৰ কোনো কোণতে জমা কৰি ৰাখে।যি বিস্তু শাস্ত্ৰত-এনে কায্যই ব্যক্তিৰ জীৱনত মংগল দোষ বা বৈবাহিক বাধাৰ কাৰণ হয়।


ভগৱান বিষ্ণুৰ পূজাত শান্তুিক বহুত মহত্ব মনা হৈছে।সেইবাবে ঘৰৰ মন্দিৰত এটাতকৈ অধিক শংখ ৰাখিব নালাগে।


বাস্তু শাস্ত্ৰত কোৱা হৈছে যে-ঘৰৰ পূজা স্থলত-লোহাৰ-ধাতুৰ সামগ্ৰী ৰখাটো শুভ নহয়।কাৰণ ইয়াৰ দ্বাৰা শনিৰ বেয়া প্ৰভাৱৰ লগতে-ব্যক্তিৰ জীৱনত সমস্যাৰ বৃদ্ধি হয়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages