শালমইনা দূৰ কৰিবলৈ এই কামসমূহ এতিয়াই বন্ধ কৰক : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 20, 2022

শালমইনা দূৰ কৰিবলৈ এই কামসমূহ এতিয়াই বন্ধ কৰক : Assamese Beauty Tips

Assamese Beauty Tips


শালমইনা কমাবলৈ পোন প্ৰথমে চাবোন বন্ধ কৰিব লাগিব ।। তাৰ পিছত ঠাণ্ডা বস্তুৰ  লোভ এৰিব লাগিব । যেনে ice cream , cold drinks  , ঠাণ্ডা পানী আদিকে ধৰি যিকোনো ঠাণ্ডা পানী বন্ধ কৰিব লাগিব । ( Assamese Beauty Tips )। 

মছলা  যুক্ত খাদ্য বন্ধ কৰিব লাগিব । 

মাছ মাংস  কমাই দিব । 

দৈনিক 2-3  লিটাৰ পানী খাব আৰু পানী খোৱাৰ নিয়মাৱলী মানি চলিব ।।

ৰাতিপুৱা উঠি গৰম পানী খাব ।

ঔষধ :

 1. মহানিমুৰ পাতৰ ৰস উলিয়াই লব দুই চামুচ , তাত আধা চামুচ গোল নেমুৰ ৰস মিহলাই হাতেৰে লগাওঁক । তাৰ পিছত শুকাব দিব ।


শুকোৱাৰ পাছত কুহুমীয়া গৰম পানীৰে ধুব ।। 

2 . 2 চামুচ  আমলখিৰ শুকান গুড়ি লৈ তাত 1 চামুচ দৈ মিহলাই লগাওঁক । আধা ঘণ্টা থাকিব দি হাতেৰে মোহাৰি গুচাই দিব ।।


3. মূলতানী মাটি এক চামুচ আধা কাপ পানীৰ লগত মিহলাই লেপ বনাই লগাওঁক  । আধা ঘন্টা পাছত ধুই দিব । ( Assamese Beauty Tips )


4. Aloevera Gel নিয়মীত ৰাতি শুৱাৰ সময়ত লগাব ।


5. আমলখিৰ ৰস , Aloevera ৰস আদি নিয়মীত ৰাতিপুৱা খাওঁক ।


6. মহিলাসকলৰ মাহেকীয়াৰ সমস্যা থাকিলেও শালমইনা হয় বা চকুৰ গুৰিও কলা পৰে । ইয়াৰ বাবে আমাৰ শতমূল চূৰ্ণ 3 মাহ খাব । 


সদায় পেট পৰিষ্কাৰ ৰাখক । সময়ত শুৱা , সময়ত খোৱা , সময়ত শৌচ কৰা আদি নিয়ম মানিব ।

এইদৰে কৰিলে এমাহৰ ভিতৰত দাগবোৰ পৰিষ্কাৰ হব আৰু নতুন ওলোৱাও বন্ধ হব ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page





No comments:

Post a Comment

Advertisement

Pages