শিক্ষক দিৱসৰ ইতিহাস আৰু মহত্ব জানি লওক : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 5, 2022

শিক্ষক দিৱসৰ ইতিহাস আৰু মহত্ব জানি লওক : Assamese Article

Assamese Article


প্ৰতি বছৰৰ ৫ছেপ্তেম্বৰ তাৰিখে সকলোতে শিক্ষক দিৱস পালন কৰা হয়।এইদিনা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিক্ষা গুৰুসকলক উপহাৰ আদি দিয়ে। Assamese Article )


ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ ভাৱেৰে-শিক্ষা গুৰুসকলৰ প্ৰতি মৰম আৰু সন্মান প্ৰৰ্দশন কৰে।স্কুল আৰু কলেজত-শিক্ষক দিৱস উদযাপন কৰাৰ প্ৰস্তুতি-৫ছেপ্তেম্বৰৰ-কিছু দিনৰ আগে আৰম্ভ হয়।


সকলোতে শিক্ষক দিৱস-বহু উল্লাহ আনন্দৰে উদযাপন কৰা হয়।


শিক্ষক দিৱসৰ ইতিহাস-


ভাৰতৰ পূৰ্ৱ ৰাষ্ট্ৰপতি স্বৰ্গীয় সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ জন্মদিন ৫ছেপ্তেম্বৰ তাৰিখে হয়।তেওঁৰ জন্মদিনৰ দিনাই-সম্পূৰ্ণ ভাৰতবৰ্ষতে-৫ছেপ্তেম্বৰৰ দিনা শিক্ষক দিৱস ৰূপে পালন কৰা হয়।ৰাধাকৃষ্ণণ-ভাৰতীয় সংস্কৃতিৰ-মহান শিক্ষাবিদ আৰু মহান দাৰ্শনিক আছিল।তেওঁ কৈছিল যে-যি ফালৰ পৰা যি শিকিবলৈ পোৱা যায়-সেয়া নিজৰ জীৱনত শিকিব লাগে।তেওঁ পঢ়োৱাতকৈ বৌদ্ধিক বিকাশত জোৰ দিয়াৰ কথা কৈছিল।তেওঁ পঢ়াৰ মাজতে বহু আনন্দময় পৰিৱেশ গঢ়ি তুলিছিল।১৯৫৪চনত তেওঁক ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল।


শিক্ষক দিৱস সম্পূৰ্ণ ভাৰততে-প্ৰতি বছৰৰ ৫ছেপ্তেম্বৰ তাৰিখে,শিক্ষকসকলক আমাৰ শিক্ষাৰ লগতে সমাজ আৰু দেশৰ লগতে বহুমূল্য যোগদানৰ সন্মান দিবৰ বাবে-উদযাপন কৰা হয়।৫ছেপ্তেম্বৰত শিক্ষক দিৱস পালন কৰাৰ পাছতো বহুত ডাঙৰ কাৰণ আছে।বাস্তৱত-৫ছেপ্তেম্বৰ-ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মৰ দিন হয়।তেওঁ মহান ব্যক্তি আছিল আৰু শিক্ষাৰ বাবে সম্পূৰ্ণ ৰূপে সমৰ্পিত আছিল।তেওঁ এজন বিদ্বান,ৰাজনয়িক, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি,ভাৰতৰ ৰাষ্ট্ৰপতি আৰু সকলোতকৈ মহত্বপূৰ্ণ শিক্ষকৰ ৰূপত বহুত ভালদৰে জনা যায়। Assamese Article )


১৯৬২চনত

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৰাষ্ট্ৰপতি পদৰ পাছত বিদ্যাৰ্থীসকলে-তেওঁৰ জন্মদিন ৫ছেপ্তেম্বৰ তাৰিখে উদযাপন কৰিবলে প্ৰাৰ্থনা কৰিলে।বহুত অধিক অনুৰোধ কৰাৰ পাছত-তেওঁ উত্তৰ দিলে যে-৫ছেপ্তেম্বৰ তাৰিখে মোৰ ব্যক্তিগত জন্মদিনৰ ৰূপত পালন কৰা ঠাইত-এয়া ভাল হব যে-এই দিনা সম্পূৰ্ণ শিক্ষকসকলৰ বাবে সৰ্মপিত কৰা যায়।আৰু  তেতিয়াৰেপৰা ৫ছেপ্তেম্বৰ তাৰিখে সম্পূৰ্ণ ভাৰততে-শিক্ষকসকলৰ সন্মানত শিক্ষক দিৱস ৰূপে উদযাপন কৰা হয়।


শিক্ষক দিৱসৰ মহত্ব-


শিক্ষক দিৱস সম্পূৰ্ণ ভাৰততে বহু উৎসাহেৰে উদযাপন কৰা হয়।প্ৰাচীন কালৰেপৰা গুৰুসকলৰ ছাত-ছাত্ৰীৰ জীৱনত বহু যোগদান আছে।গুৰুসকলৰ পৰা পোৱা জ্ঞান আৰু মাগদৰ্শনৰ দ্বাৰাই আমি সফলতাৰ শিখৰলৈ যাব পাৰোঁ।শিক্ষক দিৱস-সকলো শিক্ষক আৰু গুৰুত সমৰ্পিত হয়।এইদিনা শিক্ষকসকলক সন্মানিত কৰা হয়।


ভাৰতৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে-শিক্ষক দিৱস ছাত্ৰ-ছাত্ৰীৰ বাবে-নিৰন্তৰ,নি-স্বাৰ্থ,আৰু মূল্যৱান প্ৰয়াসৰ বাবে-তেওঁলোকৰ দ্বাৰা নিজৰ শিক্ষকৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতাক অৰ্পিত কৰাৰ উৎসৱ আৰু সুবিধা হয়।দেশত গুণবন্তাৰ শিক্ষা প্ৰণালীক সমৃদ্ধ কৰাৰ আৰু ইয়াৰ বাবে নিৰন্তৰ ৰৈ নোযোৱাকৈ প্ৰয়াসৰ কাৰণ হয়।


আমাক আমাৰ শিক্ষাগুৰুসকলে নিজৰ স্বয়ং সন্তানতকে কম বুলি নাভাৱে আৰু বহু কষ্ট কৰি আমাক শিক্ষা দিয়ে।এটা সৰু লৰাৰ দৰে-যেতিয়া আমাক প্ৰেৰণা আৰু উৎসাহৰ আৱশ্যক হয়,যি আমি নিশ্চিত ভাৱে-নিজৰ শিক্ষাগুৰুসকলৰ পৰা প্ৰাপ্ত হয়। শিক্ষাগুৰুসকলে আমাক-জীৱনৰ কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ পৰা জ্ঞান আৰু ধৈয্যৰ মাধ্যমেৰে বাহিৰলৈ ওলাই আহিবলৈ শিকায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Article )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages