ৰাহু-কেতুৰ স্থিতি ব্যক্তিৰ পক্ষত নাথাকিলে-প্ৰতিটো কামতে বাধা আহে।আমাৰ জীৱনত গ্ৰহ-নক্ষত্ৰৰ স্থিতিৰ বিশেষ মহত্ব আছে। ( Religious Studies )
সময়ৰ লগতে স্থিতি সলনি হয় থাকে।ইয়াৰ দ্বাৰা ব্যক্তিৰ জীৱনটো সাল সলনি আহি থাকে।জ্যোতিষ শাস্ত্ৰত ৰাহু-কেতুক ছায়া গ্ৰহ মনা হয়।ৰাহু আৰু কেতুৰ বাবে কুণ্ডলীত কালসৰ্প দোষ নিৰ্মাণ হয়।
মান্যতা অনুসাৰে-ৰাহু কেতুৰ স্থিতিয়ে ব্যক্তিৰ পক্ষত নহলে-সেইজনৰ জীৱন নৰকলৈ পৰিণত হয়।প্ৰতিটো কামতে বাধা আহে।জীৱনত সমস্যা ইমানেই বৃদ্ধি হয় যে-স্থিতিত সামান্য কৰিবলৈ কঠিন হৈ পৰে।এইবাবেই সকলোৱে ৰাহু-কেতুক ভয় কৰে।
*ৰাহু-কেতুৰ পৰা ৰক্ষা পাবলৈ কৰিব লাগে-এই উপায়
*যদি আপোনাৰ জীৱনত-ৰাহুৰ অশুভ স্থিতি পৰিছে-তেতিয়া আপুনি নিয়মিত ভাৱে শিৱলিংগৰ জলাভিষেক কৰিব লাগে।লগতে মহাদেৱৰ মন্ত্ৰ-ঔম নমাহঃ শিৱায় জপ কৰিব লাগে। ( Religious Studies )
সদায়ে শিৱলিংগৰ সন্মুখত বহি শিৱ চালিশা পাঠ কৰিব পাৰে।মহাদেৱৰ পূজা কৰিলে-ৰাহুৰ প্ৰভাৱ কম হয়।
*যদি ব্যক্তিৰ কুণ্ডলীত ৰাহুৰ লগত জড়িত দোষ আছে-আৰু সেইবাবে ব্যক্তিয়ে নানান ধৰণৰ সমস্যৰ সন্মুখীন কৰিব লগীয়া হৈছে-তেতিয়া ব্যক্তিয়ে কোনো পণ্ডিতৰ সহায় লৈগমেদ যুক্ত ৰাহু যন্ত্ৰ ধাৰণ কৰিব লাগে।ইয়াৰ দ্বাৰা ৰাহুৰ প্ৰভাৱ কম হয়।
*ৰাহুৰ কষ্টৰ পৰা ৰক্ষা পাবলৈ-মাটি দালি,গৰম কাপোৰ,সৰিয়হ,ক'লা ফুল,আদি শনিবাৰৰ দিনা-সামৰ্থ অনুসাৰে দান কৰিব লাগে।ইয়াৰ বাহিৰেও সদায়ে-পুৱা তুলসীৰ পাত পানীৰ লগত সেৱন কৰিব লাগে।
*ৰাহুৰ শান্তিৰ বাবে-ৰাহুৰ বীজমন্ত্ৰ-ঔম-ভ্ৰাং ভ্ৰীং ভ্ৰ সঃ ৰাহবে নমঃ মন্ত্ৰতিৰ প্ৰতিদিন এক মালা জপ কৰিব লাগে।ইয়াৰ দ্বাৰাও ৰক্ষা পোৱা যায়।(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment