যজুৰ্বেদত থকা এই শক্তিশালী নৱগ্ৰহৰ মন্ত্ৰকেইটা জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 22, 2022

যজুৰ্বেদত থকা এই শক্তিশালী নৱগ্ৰহৰ মন্ত্ৰকেইটা জানি লওক : Religious Studies

Religious Studies


ভাৰতৰ সনাতন ধৰ্ম বেদৰ ওপৰত প্ৰতিষ্ঠিত যি ভাৰতীয় সভ্যতাৰ  ভেটি স্বৰূপ। সকলো সত্যৰ মূল ভাগ বেদতে নিহিত।  বেদ চাৰিখন  -- ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ৱবেদ। Religious Studies )


এই চাৰি খন বেদৰে বিষয় বস্তু বেলেগ বেলেগ। যজুৰ্বেদত কেইটামান নৱগ্ৰহৰ মন্ত্ৰ আছে যিকেইটা অতি শক্তিশালী। প্ৰাচীন কালত ঋষি মুনি সকলে নৱগ্ৰহক আহ্বান কৰিবৰ বাবে বা কোনো এজনা গ্ৰহৰ সুদৃষ্টি পাবৰ বাবে  এই মন্ত্ৰ গাইছিল।


সূৰ্য্য - ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च। हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ।।  (যজুৰ্বেদ. ৩৩.৪৩, ৩৪. ৩১) 


চন্দ্ৰ - ॐ इमं देवा असपत्नं सुवध्यं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। इमममुष्य पुत्रममुष्ये पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानां राजा।।(যজুৰ্বেদ .১০.১৮) 


মঙ্গল - ॐ अग्निमूर्धा दिव: ककुत्पति: पृथिव्या अयम्। अपां रेतां सि जिन्वति।। (যজুৰ্বেদ. ৩ .১২)


বুধ- ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते सं सृजेधामयं च। अस्मिन्त्सधस्‍थे अध्‍युत्तरस्मिन् विश्वे देवा यशमानश्च सीदत।। (যজুৰ্বেদ ১৫.৫৪) 


গুৰু - ॐ बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु। यद्दीदयच्छवस ऋतुप्रजात तदस्मासु द्रविणं धेहि चित्रम्।। Religious Studies )

 (যজুৰ্বেদ.২৬.৩) 


শুক্ৰ- ॐ अन्नात्परिस्त्रुतो रसं ब्रह्मणा व्यपित्क्षत्रं पय: सोमं प्रजापति:। ऋतेन सत्यमिन्द्रियं विपानं  शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु।। (যজুৰ্বেদ .১৯.৭৫) 


শণি- ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये। शं योरभि स्त्रवन्तु न:।। (যজুৰ্বেদ .৩৬.১২)


ৰাহু- ॐ कया नश्चित्र आ भुवदूती सदावृध: सखा। कया शचिष्ठया वृता।। (যজুৰ্বেদ .৩৬.৪) 


কেতু - ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथा:।। (যজুৰ্বেদ .২৯.৩৭) 


জুলা শৰ্মা 

নতুন দিল্লী


জুলা শৰ্মা

নতুন দিল্লী


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages