শাওণ মাহত-মহাদেৱৰ উপাসনা কৰাৰ সময়ত কিছু বিশেষ নিয়ম পালন কৰিব লাগে।এই নিয়মসমূহ পালন কৰিলেহে-মহাদেৱৰ পূজাৰ ফল পোৱা যায়। ( Religious Studies )
১/শাওণ মাহত সাত্তিক ভোজন কৰিব লাগে।মাছ-মাংস-মদিৰাৰ সেৱন কৰিব নালাগে। এনে কৰিলে মহাদেৱৰ আৰাধনাৰ ফল পোৱা নাযায়।
২/শাওণ মাহত-নহৰু-পিয়াঁজ-খোৱাটো মনা কৰা হয়।এয়া তামস্কি ভোজনৰ শ্ৰেণীত পৰে।
৩/শাওণ মাহত বেঙেনা ত্যাগ কৰিব লাগে।কাৰণ শাওণ মাহত বেঙেনাৰ সেৱন অশুভ।শাওণ মাহত বেঙেনা সেৱন কৰিলে ৰোগ বৃদ্ধি হয়।
৪/শাওণ মাহত বিচনা ত্যাগ কৰি মাটিত শুব লাগে।লগতে দিনত শোৱাৰ পৰা দূৰত থাকিব লাগে।কেৱল মাত্ৰ ১টা সময় হে শুব লাগে।আৰু বাকী সময়খিনি শিৱ ভক্তিত লগাব লাগে।
৫/শাওণ মাহত শৰীৰত তেল লগাব নালাগে।তেল লগোৱাটো অশুভ মনা হয়।শাওণৰ মাহত তেল দান কৰাটো উত্তম মনা হয়। ( Religious Studies )
৬/শাওণ মাহত গাখীৰ ত্যাগ কৰিব লাগে।এই সম্পূৰ্ণ মাহটো শিৱ লিংগত গাখীৰ অৰ্পণ কৰা হয়।
৭/ভগৱান শিৱৰ আৰাধনাৰ পূৰ্ণ ফল-তেতিয়াহে পোৱা যায়-যেতিয়া-ব্যক্তিয়ে নিজৰ বিচাৰত সকাৰত্মকতা ৰাখে।
৮/মহাদেৱৰ কৃপাৰ প্ৰাপ্তৰ ফলৰ বাবে-কাৰোৱে অনাদৰ কৰিব নালাগে।আনৰ প্ৰতি বেয়া ভাৱ আনিব নালাগে।
৯/পিতৃ-মাতৃ,গুৰু,জীৱনসংগী, বন্ধু অথবা দুৱাৰলৈ অহা লোকৰ অপমান কৰিব নালাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment