শিৱ ভগৱানে কিয় হনুমানক ৰূপত অৱতাৰ লৈছিল জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 1, 2022

শিৱ ভগৱানে কিয় হনুমানক ৰূপত অৱতাৰ লৈছিল জানি লওক : Religious Studies

Religious Studies


কবলৈ গলে  আচলতে  শিৱজীৰ  অৱতাৰ  হনুমান  আছিল! আৰু  এইটো  চিৰসত্য যে  জয় শ্ৰী ৰামৰ কাৰণে  শিৱই হনুমান  অৱতাৰ  লব লগা হল।  ( Religious Studies )


ৰামায়ণত  দৰ্শোৱা হৈছে যে  শিৱৰ  ইচ্ছা হৈছিল পৃথিবীৰ লোকত  আহি  ভগৱান  ৰামৰ  দৰ্শন আৰু  সেৱা  কৰাটো । সেই  সময়ত ভগৱান  ৰামৰ  বয়স  প্ৰায়ে  ৫ বছৰৰ ওচৰা  ওচৰি  আছিল ।


ভগৱান শিৱৰ  সন্মুখত এইটোৱে  সমস্যা আছিল,, তেওঁ  পৃথিৱীৰ  লোকত  ৰামৰ  দৰ্শন আৰু  সেৱা  কৰিবলৈ আছল  ৰূপত  যাব  নোৱাৰে । 


এনে  পৰিস্থিতিৰ  মাজতে  এদিন  শিৱই  পাৰ্বতীক  কলে :---জানানে নে  পাৰ্বতী  মোৰ  ৰামে  পৃথিৱীৰ  লোকত  জন্ম  লৈছে  তেওঁৰ  দৰ্শন কৰা আৰু  সেৱা  কৰা  মোৰ মনত  ইচ্ছা  হৈছে । মোৰ  এতিয়া  ইচ্ছা হৈছে  মই  ইয়াৰ  পৰা গুচি  যাও আৰু  যি  লোকত  ৰাম  আছে  তাতে  থাকো ।


এই  কথা শুনি  পাৰ্বতী বিচলিত হৈ গল  আৰু  দুুখী  হৈ  কলে :---সেই  স্বামী  জী  মোৰ  এনেকুৱা  কি  ভূল হৈ গল,,,,,আপুনি  যে  মোক  ইয়াত  অকলে  এৰি  পৃথিৱীৰ  লোকত  থাকিবলৈ  যাবলৈ  ওলাইছা । আৰু  পাৰ্বতীয়ে  কলে :--সেই  স্বামী  আপুনি  যদি  যাব  বিচাৰে  তেনেহলে  যাব পাৰে! কিন্তু  মোৰ  এটা কথা  মন দি  শুনি  লওঁক!   মই  আপোনাৰ  অবিহনে ইয়াত  জীয়াই  নাথাকো । ( Religious Studies )


পাৰ্বতীৰ  মাতাৰ  কথা শুনি  ভগৱান শিৱৰ চিন্তা  হল,,,,,,,  যে  দেৱী  পাৰ্বতী মোৰ  অবিহনে অকলে  থাকিব  নোৱাৰে।যদি  মই  ইয়াৰ  পৰা  পৃথিৱীৰ  লোকত  গুচি  যাও তেনেহলে  নিশ্চিত  ৰূপত দেৱী পাৰ্বতীয়ে  প্ৰাণৰ  আহুতি  দিব ।‌এনে স্থিতিত ভগৱান শিৱই মোহৰ  এক  চক্ৰবেহুত  পৰি  গল  । 


এফালে  মাতা  পাৰ্বতীৰ  কাষত  ঠাকিব  লাগে  আনফালে  ভগৱান  ৰামৰ  লোকত  যাব লাগে । এনে পৰিস্থিতিৰ  মাজতে  ভগৱান  শিৱই গ্যাৰহ ৰুদ্ৰৰ পুৰা  ৰাজ পাৰ্বতীক  শুনালে  আৰু  কলে :-----দেখা  পাৰ্বতী এই  গ্যাৰহ  ৰুদ্ৰৰ ভিতৰত  এটা  ৰুদ্ৰৰ ৰূপ বানৰ  অৱতাৰ   তাকে আজি  মই  লবলৈ  লৈছো,,,,, । 


এটা ৰুদ্ৰাক্ষৰ আজি  এটা  ৰূপ  বানৰ  হব, যাক  নেকি  পাছত হনুমানৰ  ৰূপত  জনা  যাব। 

শাস্ত্রত দৰ্শোৱা  আছে  যে  ভগৱান শিৱই  সকলো  জানিছিল । শিৱই  ৰামজীৰ  গোটেই  জীৱন  কাল  দেখি  আছিল !,তেওঁ  জানিছিল যে ৰামক  পৃথিৱীৰ  কল্যাণ  কৰিবলৈ তেওঁৰ  অতি  আৱশ্যক হব । শিৱৰ  এইটোও  জ্ঞাত  আছিল  পৰিস্থিতিক  লৈ ঘটিব  লগা  ৰহস্যৰ  কাহিনী ,সেইয়ে  শিৱই  এক  শক্তিমানৰ  ৰূপত  জন্ম  ললে । যিটো  নেকি  কলী যুগতও  অজৰ  অমৰ হৈ  ঠাকিব   আৰু  পৃথিৱীৰ  লোকৰ  দুখ  কষ্ট  সংকট  দুৰ হব। সেইয়ে আজিও  ভক্ত  লোকে  হনুমান জীৰ  দৰ্শন  সাক্ষাত  কৰি লয়  । বহুতৰ বিশ্বাস  শিৱৰ্ অৱতাৰ  হনুমান  আজিও   পৃথিৱীত আছে  তেও  অমৰ ।


ঔঁম  নম  শিৱাই,  জয় শ্ৰী হনুমান,,



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য Hindu Gogoi Prodip Kumarৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages