জ্যোতিষ শাস্ত্ৰত পূজাৰ সময়ত প্ৰদীপ জ্বলোৱাৰ গুৰুত্বৰ অতিশয় বেছি।শনিবাৰে শনিদেৱৰ বাবে এগছি সৰিয়হ তেলৰ বন্তি জ্বলায়।কিন্তু সেই বন্তিত এটা লং দিলে আপোনাৰ ভাগ্য সলনি হব পাৰে। ( Religious Studies )
এটা বিশ্বাস আছে যে শনিবাৰে সন্ধিয়া নিয়মিতভাৱে সৰিয়হ তেলৰ এগচি প্ৰদীপ জ্বলাব লাগে।এনে কৰিলে শনিদেৱ সন্তষ্ট হয় আৰু এই চাকিত লং দিলে আপোনাৰ ভাগ্য সলনি হব পাৰে।ইয়াৰ ফলত ব্যক্তিৰ আৰ্থিক অৱস্থা শক্তিশালী হয়।এই কামটো যদি আপুনি অবিৰতভাবে কৰে-তেন্তে আপোনাৰ ধনৰ অভাৱ নহব।
বাস্তুৰ শাস্ত্ৰৰ মতে-
১)হিন্দু ধৰ্মত কৰ্পূৰ পূজা আৰু ৰীতি-নীতিৰ সময়ত জ্বলোৱা হয়।কিন্তু ঘৰত প্ৰতিদিনে কৰ্পূৰ জ্বলাই দিলে ঘৰত নেতিবাচক শক্তি নষ্ট হয়।ঘৰলৈ ইতিবাচকতা আহে।কিন্তু কৰ্পূৰ বিশুদ্ধ হব লাগে।ইয়াৰ বাবে ঘৰত পোক-পৰুৱাও নাহে। ( Religious Studies )
২/হিন্দু ধৰ্মত দান অতি গুৰুত্বপূৰ্ণ।গতিকে দান কৰিব লাগে।
৩/চৰাইক খাদ্য দিয়া অতি শুভ।যদি আপুনি নিয়মিতভাৱে এই কাম কৰে-তেন্তে আপুনি জীৱনত অগ্ৰগতি লাভ কৰিব।
৪/যদি বনোৱাৰ আগে-কেৰাহিত গাখীৰ চটিয়াই লৈ ৰুটি বনায়-তেন্তে ঘৰখন খাদ্য শস্যৰে ভৰি থাকে।
৫/প্ৰথম ৰুটি গৰুক আৰু শেষৰ ৰুটি কুকুৰক দিয়াটো অতি শুভ।(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment