শনিদেৱৰ মন্দিৰলে গলে এই কথা মন কৰিব লাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 2, 2022

শনিদেৱৰ মন্দিৰলে গলে এই কথা মন কৰিব লাগে : Religious Studies

Religious Studies


শনিদেৱৰ মন্দিৰলে গলে এই বিশেষ কথা মন কৰিব লাগে । ( Religious Studies )


১/কোৱা হয় যে-শনি মন্দিৰত শনিদেৱৰ প্ৰতিমাৰ চকুত চকু থৈ চাব নালাগে।দৰ্শন কৰিব লাগে,কিন্তু শনিদেৱৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ থাকিব লাগে।


২/শনিদেৱৰ ওপৰত তেল অৰ্পণ কৰিব লাগে,কিন্তু এই কথা মন কৰিব লাগে যে-সেই তেল যাতে যতে ততে পৰিব নালাগে আৰু বেয়া তেল হব নালাগে।ভাল তেলৰ ব্যৱহাৰ কৰিব লাগে।যদি ছায়াদান কৰিছে-তেন্তে কেৱল তেলকে অৰ্পণ নকৰিব।পাত্ৰৰ সৈতে শনিদেৱৰ চৰণত অৰ্পণ কৰিব লাগে।


৩/শনিদেৱৰ মূৰ্তিৰ একেবাৰে ওচৰত ৰৈ কেতিয়াও প্ৰাৰ্থনা বা পূজা কৰিব নালাগে।


৪/শনি মন্দিৰৰ বাহিৰত যদি কোনো দৰিদ্ৰ লোক থাকে-তেন্তুে নিশ্চয় সেইজনক দান কৰিব লাগে।দান কৰিব নোঁৱাৰিলেও তেওঁলোকৰ তিৰষ্কাৰ কৰিব নালাগে।তেওঁলোকৰ লগত সদায়ে ভাল ব্যৱহাৰ কৰিব লাগে। ( Religious Studies )


৫/শনি মন্দিৰত কোনো ধৰণৰ সাংসাৰিক বাৰ্তা কৰিব নালাগে।মনেমনে নিজৰ পূজা বা প্ৰাৰ্থনা কৰাৰ পাছত মন্দিৰৰ চিৰিত কিছু সময় বহি ঘৰলৈ আহিব লাগে।


৬/শনিদেৱৰ পূজাত দিশৰ বিশেষ মহত্ব আছে।শনিদেৱক পশ্চিম দিশৰ স্বামী মনা হয়।সেইবাবে শনিদেৱৰ পূজা কৰাৰ সময়ত-এই কথা মন কৰিব লাগে যে-আপোনাৰ মুখ পশ্চিম দিশৰ ফালে হব লাগে।সেইবাবে শীলাৰূপে শনিদেৱ সেইফালে যাব।


৭/শনিদেৱে ৰঙা ৰং পচন্দ নকৰে।সেইবাবে শনিদেৱৰ পূজাত ভুলটো ৰঙা ফুল বা ৰঙা বস্তু ব্যৱহাৰ কৰিব নালাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages