ৰাখী বন্ধাৰ সময়ত তিনিটা গাঁঠি মৰাটো বহুত প্ৰয়োজনীয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 11, 2022

ৰাখী বন্ধাৰ সময়ত তিনিটা গাঁঠি মৰাটো বহুত প্ৰয়োজনীয় : Religious Studies

Religious Studies


ৰাখী বন্ধন কেৱল মাত্ৰ উৎসৱ নহয়,ককায়েক ভনীয়েকৰ মাজৰ সম্বন্ধক শক্তিশালী কৰাৰ পৰ্ব হয়। ( Religious Studies )


এইদিনা-বায়েক-ভনীয়েকে ককায়েক-ভায়েকক ৰাখী বান্ধি-তেওঁলোকৰ সুখময় জীৱনৰ বাবে প্ৰাৰ্থনা কৰে।লগতে ভাৱনাত্মকেও আৰু শক্তিশালী কৰে। 


2022 বৰ্ষৰ ৰাখী বন্ধন


ৰাখী বন্ধনৰ পৰ্ব প্ৰতি বছৰে-শাশওণ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।২০২২বৰ্ষৰ ৰাখী বন্ধন-১১আগষ্ট তাৰিখে পালন কৰা হব।ৰাখীবন্ধনত শুভ মূহুত্বৰ বহুত ডাঙৰ মহত্ব আছে।কাৰণ ৰাখী শুভ মুহুত্বৰ্তে বান্ধিব লাগে।


*অশুভ মুহুত্বত ৰাখী বান্ধিলে-অশুভ ফলদায়ী মনা হয়।ৰাখী বন্ধাৰ সময়ত তিনিটা গাঁঠি মৰাটো বহুত প্ৰয়োজনীয়।মান্যতা অনুসাৰে ৰাখীৰ প্ৰথম গাঁঠি-ককায়েক- ভায়েকৰ দীৰ্ঘায়ুৰ বাবে,দ্বিতীয় গাঁঠি-নিজৰ দীৰ্ঘায়ুৰ বাবে আৰু তৃতীয়টো গাঁঠি-ককায়েক ভনীয়েক,বায়েক-ভায়েকৰ দীৰ্ঘায়ুৰ বাবে বন্ধা হয়। ( Religious Studies )


*হিন্দু ধৰ্ম গ্ৰন্থ অনুসাৰে-ৰাখীৰ তিনিটা গাঁঠিৰ সম্বন্ধ-তিনিও দেৱতা-ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰৰ লগত জড়িত কৰা হয়।২০২২বৰ্ষৰ শাওণৰ পূৰ্ণিমাৰ আৰম্ভ-১১আগষ্টৰ পুৱা-৩বাজি ৮মিনিটৰ পৰা হব।আৰু শাওণৰ পূৰ্ণিমাৰ সমাপ্তি ১২আগষ্টৰ পুৱা-৫বজাত হব।উদয়া তিথিৰ নিয়ম অনুসাৰে-ৰাখীবন্ধন ১১আগষ্ট তাৰিখে পালন কৰা হব।


*ৰাখী বন্ধাৰ শুভ মুহুত্ব-১১আগষ্টৰ দুপৰীয়া-২বাজি ৮মিনিটৰ পৰা নিশা-৯ বাজি ১৪মিনিটলে থাকিব।ৰাখীবন্ধনৰ দিনা বহু শুভ মুহুত্বৰ যোগ হৈছে।যাৰ বাবে-এই পৰ্ব আৰ অধিক বিশেষ হৈছে।


*এই যোগত আয়ুষ্মান যোগ-১০আগষ্টৰ নিশা ৮বজাৰ পৰা লৈ-১১আগষ্টৰ দুপৰীয়া-৩বাজি ৩১লৈকে থাকিব।ইয়াৰ পাছত ৰবি যোগ-১১ আগষ্টৰ পুৱা ৩বজাৰ পৰা লৈ ১২আগষ্টৰ পুৱা -৬বাজি ৫৩লৈ থাকিব।সোভাগ্য যোগ-১১আগষ্টৰ দুপৰীয়া ৩বাজি ৩২মিনিটৰ পৰা লৈ ১২আগষ্টৰ পুৱা-১১বাজি ৩৩মিনিটলৈ থাকিব।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages