৩০ শাওণ, মঙলবাৰ ইং, ১৬ আগষ্ট ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, কৰ্মব্যস্ত বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনৰ আনন্দ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব, ঘৰলৈ ধন সম্পত্তিৰ আগমন হ'ব পাৰে, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰে, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত নতুনকৈ দ্বায়িত্ব লাভ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মাতৃৰ মৰম চেনেহ লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত অধিক আশা নকৰাই ভাল হ'ব।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, জনপ্ৰিয়তা বাঢ়িব, লগতে আজি আপুনি সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰাৰ যোগ দেখা যায় ।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত আনন্দ বাঢ়িব, ঘৰলৈ ধন আগমন বাঢ়িব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যা সমাধান কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মক্ষেত্ৰত নতুনত্ব লাভ কৰিব যদিও আপুনি সজাগ নহ'লে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, সঞ্চয় বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, আত্মীয় পৰিয়ালৰ সান্নিধ্য লাভ কৰিব লগতে আজি বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হ'ব, প্ৰেমত শুভ হ'ব, আৰ্থিক সফলতা লাভ কৰিব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত ন্যায় লাভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অহংকাৰী ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, মনত আশা পূৰণ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, বন্ধু লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত আঘাত পোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment