আপোনাৰ শিশুক হৃষ্টপুষ্ট আৰু বলবান কৰিবলৈ এই বিশেষ কথাবোৰ জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 22, 2022

আপোনাৰ শিশুক হৃষ্টপুষ্ট আৰু বলবান কৰিবলৈ এই বিশেষ কথাবোৰ জানি লওক : Assamese Health Tips

Assamese Health Tips


বৰ্ণ ভিটা , কম্প্লেন , হৰলিক্স আদি খুৱাই সন্তানক ওখ , তীক্ষ্ণ বুদ্ধি , হৃষ্টপুষ্ট আৰু বলবান কৰিব বিচৰা মাতৃসকলে অলপ ধ্যান দিব । Assamese Health Tips ) 

 

বল- বুদ্ধি বঢ়াব যদি বিচাৰিছে , তেন্তে সোন-ৰূপৰ পানী খুৱাওক শিশুক । সোন-ৰূপ থকা বুলি চ্যাবানপ্ৰচ কিনি কোনো লাভ নাই ।  তাত সোন ৰূপ নাথাকে ।  পঁচা গমধান , মাকৈ আদিয়ে বেছি থাকে।  


দৈনিক ৰাতি এটা  গিলাছত  পানী লৈ তাত সোণৰ আঙুঠি এটা ডুবাই থৈ দিয়ক আৰু সেই পানী আপোনাৰ শিশুক খোৱাওক । ইয়াৰ ফলত আপোনাৰ শিশু হৃষ্ট পুষ্ট হব । 


দৈনিক ৰূপৰ গিলাছত পানী খোৱাওক । স্মৃতিশক্তি বৃদ্ধি পাব । সোন ৰূপৰ পানীয়ে যি কাম কৰিব , তেনে কাম কোনো টনিকে কৰিব নোৱাৰে ।  Assamese Health Tips ) 


বছৰি কৌটি কৌটি টকা এইবোৰ কিনি বিনা কাৰণত অসমৰ পৰা বাহিৰত গৈ আছে ।গতিকে অলপ সজাগ হওঁক ।


লগতে যিসকল gym যোৱা বন্ধুৱে প্ৰটিন পাউদাৰ খাই আছে , তেওঁলোকে নিয়মীত সোণৰ পানী খাওঁক । সোণৰ পানীৰ উপৰিও নিয়মীত গুড় , অশ্বগন্ধা চূৰ্ণ আদি খাই থাকিলে সুন্দৰ সুঠাম শৰীৰ বনাব পাৰিব।  


অশ্বগন্ধা চূৰ্ণ আমাৰ বিধানৰ দোকানবোৰত পোৱা যায়।  অশ্ব মানে হল ঘোঁৰা আৰু গন্ধা মানে হল গোন্ধ । ঘোঁৰাৰ নিচিনা গোন্ধ আৰু শক্তি পাবৰ বাবে আপুনি দৈনিক ৰাতিপুৱা এচামুছ অশ্বগন্ধা গুড়ি আৰু দুই চামুচ মৌ মিহলাই খাওঁক । 


গুড় 30 গ্ৰাম আৰু আধা চামুচ হালধি গুড়ি আৰু আধা চামুচ ত্ৰিফলা গুড়ি এক গিলাচ গৰম পানীত মিহলাই ৰাতিপোৱা খাওঁক ।  3 মাহ পিছত চাওঁক।  বহুত সলনি হোৱা দেখা পাব ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages