গুল নেমুৰ যথেষ্ট ঔষধি গুণ আছে এই ঔষধি গুণাগুণবোৰ জানো আহক । ( Assamese Health Tips )
১)মেদবহুলতা সমস্যা বা ওজন কমাবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা গুল নেমুৰ ৰস খাব লাগে।
২/পানী লগা অসুখত-গুল নেমুৰ ৰস বা গুটি পিহি খালে-পানী লগা ভাল হয়।
৩/গুল নেমুৰ ৰস নাৰিকল তেলৰ লগত মিহলাই মূৰত লগালে-মূৰ ঘূৰণি আৰু মূৰৰ বিষৰ উপশম ঘটে।
৪/গুল নেমুৰ ৰসে-চকুৰ উজ্বলতা বৃদ্ধি কৰে আৰু চকুত চানি পৰা ৰোগত উপকাৰী।
৫/গুল নেমুত আছে-ভিটামিন চি আৰু পটাচিয়াম।যি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
৬/গুল নেমুৰ ৰস-দাঁতৰ বিষ,মুখৰ দুৰ্গন্ধ,দাঁতত দাগ পৰা আদিত উপকাৰী। ( Assamese Health Tips )
৭/সৰু লৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গুল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।
৮/নেমুৱে-ইনফ্লুয়েঞ্জা,কলেৰা,
জ্বৰ, ভাইৰেল জ্বৰ,স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধ কৰে।
৯/আমিষভোজী লোকসকলে নিয়মিয়াকৈ গুল নেমু খালে যৃত ৰোগৰ পৰা উপশম পাব পাৰে।
১০/গুল নেমুৰ ৰসত থকা-বেক্টেৰিয়াই ডিঙি মুখৰ ঘাঁ তথা টনচিল হোৱা সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰে।
১২)গুল নেমুৰ ৰস জণ্ডিচ ৰোগৰ বাবে আটাইতকৈ উপকাৰী।
১৩/নেমুৰ ৰসে জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময় কৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment