মধুৰি আমে আপোনাৰ এই বেমাৰবোৰ তৎক্ষণাৎ দূৰ কৰিব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 5, 2022

মধুৰি আমে আপোনাৰ এই বেমাৰবোৰ তৎক্ষণাৎ দূৰ কৰিব : Assamese Health Tips

Assamese Health Tips


মধুৰি আম খাবলৈ যেনেদৰে সোৱাদেৰে ভৰপূৰ হয় ঠিক তেনেদৰে মধুৰি আমৰ যথেষ্ট ঔষধি গুণ আছে এই ঔষধি গুণাগুণ বোৰ জানো আহক । ( Assamese Health Tips )


১)আঠুঁৰ বিষত মধুৰি আমৰ কোমল পাত বটি লেপ দিব লাগে।


২/ভাং আৰু ধতুৰাৰ নিচা আঁতৰাবলৈ-মধুৰি আমৰ পাতৰ ৰস খাব লাগে বা,মধুৰি আম খাব লাগে।


৩/শুকান কাঁহ হলে-পুৱা মধুৰী চিঙি নকটাকৈ চুবাই খাব লাগে।৩দিন।


৪/তেজৰ দোষত গাত ফোহা ওলালে বা খজুৱতি হলে সদায় ১পোৱা মধুৰী খালে ভাল হয়।৩০দিন।


৫)হুপিং কাঁহত মধুৰী জুইত পুৰী পুৱা-আবেলি খালে ভাল হয়।


৬/মধুৰী খালে শৌচ খোলা হয়।শৰীৰে শক্তি পায়।হৃদয় সবল হয়।তেজৰ দোষ ভাল হয়। ( Assamese Health Tips )


৭)পুৰণি চৰ্দিত একেৰাহে ৩দিনলৈ কেৱল মাত্ৰ মধুৰী খাব লাগে।


৮)পেট বিষত মধুৰীৰ কোমল পাত পিহি ক'লা নিমখেৰে চেকি খাব লাগে।


৯/পেটৰ অসুখত মধুৰী আমৰ কোমল পাতৰ ৰস উলিয়াই দিনে ৩বাৰ খাব লাগে।


১০)দাঁতৰ বিষত আহাৰৰ পাছত মধুৰীৰৰ কোমল পাত চোবাব%লাগে।


১১)জিভাত গুটি গুটি ওলালে-মধুৰী আমৰ কোমল পাত চোবাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages