লিভাৰৰ যিকোনো গম্ভীৰ সমস্যাৰ বাবে এই কথাবোৰ জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 29, 2022

লিভাৰৰ যিকোনো গম্ভীৰ সমস্যাৰ বাবে এই কথাবোৰ জানি লওক : Assamese Health Tips

Assamese Health Tips


ভূমি আমলখিৰ পাতবোৰ দেখাত আমলখিৰ পাতৰ দৰে সৰু সৰু আৰু প্ৰায় এক ফুট ওখ হয় গছডাল । পাতৰ তলত সৰু সৰু গুটি হয় ।  Assamese Health Tips ) 


জেকা ঠাইত ই বেছিকৈ হয় যদিও সকলো ঠাইতে কম বেছি পৰিমানে পোৱা যায় ।ইয়াৰ মুখ্য গুণ লিভাৰৰ সমস্যা ঠিক কৰা । লিভাৰৰ সমস্যা মানে লিভাৰৰ প্ৰায়বোৰ গম্ভীৰ সমস্যা ই ঠিক কৰিব পাৰে । 


লিভাৰ চিৰ'চিছ , লিভাৰ নষ্ট হৈ পেটত পানী জমা হোৱা , মুখত সঘনাই ঘা হৈ থকা , মুখৰ পৰা ওলোৱা দুৰ্গন্ধ , খাবলৈ মন নোযোৱা , মদ-ভাং খাই লিভাৰ দুৰ্বল হোৱা আদি প্ৰায়বোৰ লিভাৰৰ ৰোগত ই ৰামবানৰ কাম কৰে । 


ভূমি আমলখি লিভাৰৰ ৰোগৰ বাবে শিপাৰে সৈতে এডাল উভালি আনি ভালকৈ ধুই লৈ পতাত পিছি ৰস উলিয়াই দুই-তিনি চামুচকৈ দিনত দুবাৰ খাব পাৰে । 45 দিন নিয়মিত খাওঁক । Assamese Health Tips ) 


লিভাৰৰ গম্ভীৰ সমস্যাৰ বাবে ভূমি আমলখিৰ লগত পূৰ্ণনভা শাকৰ গুড়ি মিহলাই খালে বেছি ভাল উপকাৰ পোৱা যায় । 


Ulcerative colitis ৰোগীয়ে ভূমি আমলখিৰ ৰস দুই চামুচ আৰু দুৱৰী বনৰ ৰস 2 চামুচ মিহলাই ৰাতিপুৱা খালি পেটত খালে বহুত সোনকালে নিৰাময় পায় । 


মদ ভাং , খুব বেছি মাছ মাংস আদি খোৱা মানুহে বছৰত 1 মাহ ভূমি আমলখিৰ ৰস আৰু পূৰ্ণনভা শাকৰ গুড়ি খালে সোনকালে লিভাৰ নষ্ট নহয় । 

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


1 comment:

Advertisement

Pages