অন্নপ্ৰসন্নৰ পৰা এঘাৰ মাহলৈ বিশেষকৈ শিশুৰ সোৱাদ গ্ৰন্থি বিকাশ হয় । এই সময়ত শিশুক এনেকুৱা খাদ্য খুৱাব লাগে , যিবোৰ খাদ্য গোটেই জীৱন খাব পাৰে । ( Assamese Health Tips )
এই সময়ত শিশুক বজাৰত পোৱা পেকেটৰ বস্তু নিদিব। যদি শিশুক এই সময়ত আপুনি পেকেটৰ বস্তু যেনে চেৰেলাক আদি দিয়ে , তেন্তে শিশুই কেৱল চেৰেলাকৰ সোৱাদ পাব । ভাতৰ সোৱাদ নাপাব ।
আজিকালি প্ৰায়বোৰ শিশুৰ ক্ষেত্ৰত দেখা যায় যে বয়স 5-6 বছৰ হলে সিহঁতে একো খাব নোৱাৰা হয় । কোনো বস্তুৰ সোৱাদ নাপায় ।ইয়াৰ প্ৰধান কাৰণ হল সোৱাদ গ্ৰন্থি বিকাশ হোৱাৰ সময়ত চেৰেলাক , lactogen আদি খুওৱা ।। ভাতৰ সোৱাদ নাপায় কাৰণ সেই সময়ত ভাত নুখুওৱা ।
সেই সময়ত পিঠাগুড়ি , পিঠাগুড়িৰ ৰুটি , গুড , ঘিঁউ , মৌ , মিছৰী আদি প্ৰচুৰ পৰিমাণে খুৱাব। চেনী আৰু বজাৰৰ মিঠাই , চকলেট আদি ভুলটো নিদিব । চেনিৰ সলনি গুড আৰু মিছৰী ব্যৱহাৰ কৰিব পাৰে । ( Assamese Health Tips )
সপ্তাহত দুদিন এটা খুদকনৰ সমান চূণ দাইলৰ লগত মিহলাই খুৱাব ।। চূণ খাবলৈ দিলে হাড়ৰ গঠন শক্তিশালী হব , হৃষ্টপুষ্ট হব , লিভাৰ শক্তিশালী হব আৰু কেলচিয়ামৰ অভাৱ নহব ।
এইদৰে কৰিলে আপোনাৰ শিশুৰ অইন শিশুৰ তুলনাত সকলো ফালৰ পৰা আগবঢ়া হব ।।
লগতে মালিচ কৰাটো খুব দৰকাৰ । নিয়মিত মালিচ কৰিলে শিশুটিৰ মেডিকেল expense শূণ্য হব ।। শিশুক 3 বছৰ হৈ গলে নিয়মিত ৰাতি শুৱাৰ সময়ত গৰম গাখীৰৰ লগত হালধি গুড়ি মিহলাই দিব । এইদৰে কৰিলে শিশুৰ প্ৰতিষেধক শক্তি বাঢ়িব ।।
অলাগতিয়াল বেজী , টীকা আদিৰ পৰা শিশুটোক বচাই ৰাখিব ।। কোনো ঔষধ খাব লগা হলে বা বেজী আদি দিব লগা হলে সেই বেজিটোৰ side affect ৰ বিষয়ে সুধি লব । নহলে এইবোৰে শিশুক ভাল কৰিবলৈ গৈ ওলোটা ৰুগীয়া কৰে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment