আপোনাৰ এই কেইটা অভ্যাসৰ বাবে আপুনি বিপদত পৰি থাকে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 7, 2022

আপোনাৰ এই কেইটা অভ্যাসৰ বাবে আপুনি বিপদত পৰি থাকে : Assamese Fact

Assamese Fact


অভ্যাসৰ সম্বন্ধ আমাৰ ভৱিষ্যত আৰু আমাৰ সুখ-দুখৰ লগত জড়িত।অভ্যাসে কয় যে-ব্যক্তিৰ চিন্তাধাৰা আৰু স্বভাৱ কেনে হয়।অভ্যাসক ব্যক্তিত্বৰ দৰ্পণ বুলি কোৱা হয়।শাস্ত্ৰত কিছু অভ্যাসৰ কথা কোৱা হৈছে যি-বেয়া আৰু অশুভ ফল দিয়ে। ( Assamese Fact )


এই কেইটা অভ্যাস আমাৰ বাবে হব পাৰে দুৰ্ভাগ্যৰ কাৰণ । সেই বেয়া অভ্যাসসমূহ হৈছে-


১)বাথৰূমক লেতেৰা কৰি ৰখা- যদি কোনো ব্যক্তিয়ে স্নান কৰাৰ পাছত-বাথৰূমটো চফা নকৰে,লেতেৰা কৰিয়ে ৰাখে,তেতিয়া সেই ব্যক্তিৰ চন্দ্ৰ গ্ৰহৰ পৰা অশুভ ফল প্ৰাপ্ত হয়।জল তত্বক চন্দ্ৰই প্ৰভাবিত কৰে।সেইবাবে স্নান কৰাৰ পাছত বাথৰূম লেতেৰা কৰি ৰাখিব নালাগে।


২/খোৱাৰ পাছত-জুথা বাচন-বৰ্তন এৰি উঠি যোৱা-


*খোৱাৰ পাছত জুথা বাচন-বৰ্তন এৰি উঠি যোৱাটো ভাল অভ্যাস নহয়।এই অভ্যাসৰ বাবে-কায্যত স্থায়ী সফলতা প্ৰাপ্ত নহয়।খোৱাৰ পাছত-জুথা বাচন বৰ্তনক শুদ্ধ স্থানত থৈ গলে-শনি আৰু চন্দ্ৰৰ দোষ হয়।লগতে দেৱী লক্ষ্মীৰ পসন্নতা লাভ হয়।


৩/ঘৰত জোতা-চেণ্ডেল যতে ততে পেলোৱা-


*ঘৰত জোতা-চেণ্ডেল যতে ততে পেলোৱাটো ভাল অভ্যাস নহয়।শাস্ত্ৰ অনুসাৰে ঘৰত যতে ততে পেলাই ৰখা জোতা চেণ্ডেলৰ দ্বাৰা শক্ৰৰ ভয় থাকে।এই অভ্যাসৰ দ্বাৰা মান-সন্মানৰো হানি হয়। ( Assamese Fact )


৪/বিচনা বেয়া কৰি ৰখা-


*ঘৰৰ বিচনা বেয়া কৰি ৰখা,বিচনা চাদৰ লেতেৰা কৰি ৰখাটো অশুভ প্ৰভাৱ বৃদ্ধি কৰাৰ অভ্যাস হয়।যি ঘৰত এই কথা মন কৰা নহয়,সেইঘৰৰ লোকসকলৰ দিনচয্যা অৱস্থিতি নহয়।তেওঁলোকে কোনো কাম ভালদৰে কৰিব নোঁৱাৰে।লগতে এই অভ্যাস শৰীৰৰ বাবেও ভাল নহয়।


৫/চিঞঁৰি-চিঞঁৰি কথা কোৱা-


*যদি কোনো ব্যক্তিৰ চিঞঁৰি চিঞঁৰি কথা কোৱাৰ অভ্যাস আছে-সেইজনে শনি দোষৰ সন্মুখীন হবলগীয়া হয়।শনিদেৱ এনে লোকৰ দাৰা অসন্তষ্ট হয়,যি ডাঙৰ ডাঙৰ কৰি,চিঞঁৰি চিঞঁৰি কথা কয়।এনে কৰিলে অন্য লোকৰো অশান্তি হয়।কথা-বতৰা শান্ত ভাবে কৰিব লাগে।লগতে অলগতীয়াল কথা বতৰা পৰা আঁতৰি থাকিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages