সাৱধান গা ধুৱাৰ পাছত আপোনাৰ এই ভুলে জীৱনৰ পৰা সুখ-শান্তি কাঢ়ি নিব পাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 4, 2022

সাৱধান গা ধুৱাৰ পাছত আপোনাৰ এই ভুলে জীৱনৰ পৰা সুখ-শান্তি কাঢ়ি নিব পাৰে : Assamese Fact

Assamese Fact


কিছুমান বস্তুৱে আমাৰ জীৱনত সুখ শান্তি দিব পাৰে।আৰু কিছুমান বস্তুৱে আমাৰ জীৱনৰ পৰা সুখ-শান্তি কাঢ়ি নিব পাৰে।এজন ব্যক্তিক ধ্বংসৰ বাবে ঠেলি দিবলৈ এটি সৰু ভুলেই যথেষ্ট। ( Assamese Fact )


*গা ধুৱাৰ পাছত যদি চোকা বস্তু ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক।পৰিৱেশগত গা-ধূৱাৰ পাছত কতিয়াও চোকা সঁজুলি যেনে-নখ কাটাৰ,ব্লেড বা ৰেজাৰ ব্যৱহাৰ কৰিব নালাগে।


*গা-ধুৱাৰ পাছত বাথৰূমৰ মজিয়া ভালদৰে পৰিষ্কাৰ কৰিব লাগে।বাথৰূমৰ মজিয়া সদায় তিতি থকাৰ বাবে-ঘৰখনক আৰ্থিক বাধাই আগুৰি ধৰে।লগতে বাথৰূমটো লেতেৰা নকৰাকৈ-সকলো বস্তু সঠিক ঠাইত ৰাখক।


*বহুতে বাথৰূমত কাপোৰ ধূৱা পাছত-বাল্টিত বাকী থকা পানীখিনি থৈ যায়।বাস্তুৰ মতে এনে কৰাটো অশুভ।বাল্টিত লেতেৰা পানী ভৰাই থলে-আমাৰ জীৱনত বেয়া প্ৰভাৱ পৰে।ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰিব পাৰে।ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত হব পাৰে।   ( Assamese Fact )


*বাথৰূমত কেতিয়াও খালী বাল্টি নাৰাখিব।বাস্তুৰ মতে-বাথৰূমত বাল্টি বা টাবটো সদায়ে পানীৰে ভৰা ৰাখক।পানীৰে ভৰাই ৰাখিব নোঁৱাৰিলে ওলোটা কৰি ৰাখিব পাৰে।ইয়াৰ ফলত আপুনি যিকোনো ধৰণৰ-ডাঙৰ ক্ষতিৰপৰা হাত সাৰিব পাৰে।


*বিবাহিত মহিলাসকলে গা-ধুৱাৰ পাছত বা চুলি ধূৱাৰ পাছত লগে-লগে সেন্দূৰ লব নালাগে।বাস্তুৰ মতে-তেনে কৰিলে মহিলাৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰিব পাৰে।তেওঁলোকৰ মনত বেয়া চিন্তাই ঠাই লব পাৰে।ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত হব পাৰে।পাৰিবাৰিক কাজিয়া বাঢ়িব পাৰে। (সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages