আহাৰ খোৱা সময়ত যদি এই কথাসমূহ ধ্যান ৰখা হয় তেতিয়া শৰীৰ ভালে থকাৰ লগতে দেৱী-দেৱতাৰ কৃপাও প্ৰাপ্ত হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 3, 2022

আহাৰ খোৱা সময়ত যদি এই কথাসমূহ ধ্যান ৰখা হয় তেতিয়া শৰীৰ ভালে থকাৰ লগতে দেৱী-দেৱতাৰ কৃপাও প্ৰাপ্ত হয় : Assamese Fact

Assamese Fact


আহাৰ খোৱা সময়ত এই কথা সকলোৱে মন কৰিব লাগে। হিন্দু ধৰ্ম গ্ৰন্থ অনুসাৰে সকলো কামৰে একোটাকৈ নিয়ম আছে।তেনেদৰে আহাৰ খোৱা সময়তো কিছু নিয়মৰ বিষয়ে এই গ্ৰন্থত কোৱা হৈছে। ( Assamese Fact )


*আহাৰ খোৱা সময়ত যদি কিছুমান কথা ধ্যান ৰখা হয় যদি শৰীৰ ভালে থকাৰ উপৰিও দেৱী-দেৱতাৰ কৃপাও প্ৰাপ্ত হয়। তেনে কিছু কথাৰে-


১)পূৰ্ৱ আৰু উত্তৰ দিশৰ ফালে মুখ কৰি আহাৰ গ্ৰহণ কৰিব লাগে।এই উপায়ৰ দ্বাৰা আমাৰ শৰীৰত ভোজনৰ দ্বাৰা অধিক উৰ্জা প্ৰাপ্ত হয়।


২/দক্ষিণ দিশৰ ফালে মুখ কৰি ভোজন কৰাটো অশুভ মনা হয়।পশ্চিম দিশৰ ফালে মুখ কৰি ভোজন কৰিলে ৰোগৰ বৃদ্ধি হয়।


৩/কেতিয়াও বিচনাত বহি ভোজন কৰিব নালাগে।আহাৰৰ কাঁহী হাতত লৈ ভোজন কৰিব নালাগে।


৪/ভোজন থিয় নহয়,বহি লৈ কৰিব লাগে। ( Assamese Fact )


৫/ভঙা-চিঙা বাচনত ভোজন কৰিব নালাগে।ব্যক্তিয়ে স্নান কৰি আৰু সম্পূৰ্ণ ৰূপে পবিত্ৰ হয় ভোজন বনাব লাগে।


৬/আহাৰ বনোৱা সময়ত মন শান্ত কৰি ৰাখিব লাগে।আৰু এই সময়ত কাৰো বদনাম গাব নালাগে।


৭/ভোজন বনোৱা আৰম্ভ কৰাৰ আগে ইষ্টদেৱতাৰ ধ্যান কৰিব লাগে।কোনো দেৱী-দেৱতাৰ মন্ত্ৰ জাপ কৰিব পাৰে।।


৮/আহাৰ গ্ৰহণ কৰাৰ আগে-অন্ন দেৱতা,অন্নপূৰ্ণা মাতাৰ স্মৰণ কৰিব লাগে।


৯/কেতিয়াও বাঢ়ি দিয়া ভোজনৰ বিষয়ে বেয়া কৰি কব নালাগে।এনে কৰিল অন্নৰ অপমান কৰা হয়।


১০/ভোজন কৰাৰ আগে-পাঁচ অংগ-দুই হাত,দুই ভৰি,আৰু মুখ ভালদৰে ধুই লব লাগে।মান্যতা অনুসাৰে তিতি থকা ভৰিৰে সৈতে ভোজন কৰাটো শুভ হয়।ইয়াৰ দ্বাৰা স্বাস্থৰ লাভ প্ৰাপ্ত হয় আৰু দীৰ্ঘায়ু হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


No comments:

Post a Comment

Advertisement

Pages