বাস্তু শাস্ত্ৰত কোৱা হয় যে মানি প্লান্ট ভালদৰে বৃদ্ধি হলে ঘৰলৈও ধনৰ আগমন হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 2, 2022

বাস্তু শাস্ত্ৰত কোৱা হয় যে মানি প্লান্ট ভালদৰে বৃদ্ধি হলে ঘৰলৈও ধনৰ আগমন হয় : Assamese Fact

Assamese Fact


মানি প্লান্টৰ সম্বন্ধ-বুধ গ্ৰহ আৰু ধন কুবেৰৰ লগত কোৱা হয়। ( Assamese Fact )


বাস্তু শাস্ত্ৰত এনে বহুত উদ্ভিদ আছে-যাক ঘৰত ৰোপন কৰিলে ব্যক্তিৰ দিন সলনি হয় আৰু আৰ্থিক দিশটো সলনি হয়।মনি প্লান্টৰ নাম শুনিলেই কব পৰা যায় যে-মানি প্লান্ট ৰোপন কৰিলে কি কি লাভ হয়।মানি প্লান্ট ৰোপন কৰিলে কিছু বিশেষ কথাৰ মন কৰিব লাগে।


*ঘৰত মানি প্লান্ট ৰোপন কৰিলে-সকাৰাত্মকতা আহে।পৰিয়ালৰ সদস্যৰ মাজত সকাৰত্মকতা প্ৰভাৱ পৰে।ব্যৱসায় আৰু চাকৰিত লাভৰ বাবেও-মানি প্লান্টক ঘৰত বা অফিচত ৰোপন কৰিবলৈ কোৱা হয়।লগতে মানি প্লান্টৰ লগত সম্বন্ধিত কিছু নিয়ম আৰু উপায় অৱলম্বন কৰা হয়-তেতিয়া অতি শীঘ্ৰে ইয়াৰ সকাৰত্মকতা প্ৰভাৱ দেখিবলৈ পোৱা যায়।


*বাস্তু শাস্ত্ৰত মানি প্লান্টক লৈ কিছু উপায় কথা কোৱা হৈছে।ইয়াৰ মাজতে এটা উপায় হৈছে-গাখীৰ ব্যৱহাৰ কৰা।মানি প্লান্টত অলপ গাখীৰ দিলে-সেয়া শুভ ফল দায়ক হয়।এনে মনা হয় যে-মা লক্ষ্মীৰ বগা বস্তু অতিকে প্ৰিয়।সেইবাবে মানি প্লান্টত গাখীৰ দিলে-ভালদৰে বৃদ্ধি হয় আৰু শুভ ফল দিয়ে।বাস্তু শাস্ত্ৰত কোৱা হয় যে-মানি প্লান্ট ভালদৰে বৃদ্ধি হলে-তেনেদৰে ঘৰলৈও ধনৰ আগমন হয়।  ( Assamese Fact )


*মানি প্লান্ট পানী দিয়া সময়ত-সেই পানীতে অলপ গাখীৰ মিহলাই লব লাগে।ইয়াৰ দ্ধাৰা মানি প্লান্ট বৃদ্ধি হব আৰু মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰত থাকিব।যাৰ দ্ধাৰা ঘৰৰ আৰ্থিক স্থিতি সলনি হব।


*মানি প্লান্টক শুদ্ধ দিশে ৰাখিলে-শুভ ফল দায়ক হয়।বাস্তু শাস্ত্ৰ অনুসাৰে-মানি প্লান্টৰ সঠিক দিশ-দক্ষিণ-পূৱৰ কোণ হয়।যদি মানি প্লান্টক সঠিক দিশত ৰখা নহয়-তেতিয়া মানি প্লান্টে বিপৰীত ফল দিয়ে।মানি প্লান্ট আৰু গাখীৰৰ উপায়েৰে ব্যক্তিক ধনৱান কৰি তুলে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages