এই ৬ টা কথা জানি ললে জীৱনত আপুনি কেতিয়াও পৰাজিত নহয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 19, 2022

এই ৬ টা কথা জানি ললে জীৱনত আপুনি কেতিয়াও পৰাজিত নহয় : Assamese Fact

Assamese Fact

বিল গেইটচ আমি বহুতে তেওঁৰ বিষয়ে অলপ হলেও জানো ।তেওঁ হৈছে Microsoft   Software.ৰ প্ৰতিষ্ঠাপক ।  ( Assamese Fact )


যি জন পৃথিৱীৰ ভিতৰত এজন ধনী মানুহ । তেওঁৰ প্ৰতিদিনৰ উপাৰ্জন ১০২ কোটি টকা । যদি তেওঁ পৃথিৱীৰ প্ৰতিজন মানুহক সমান সমান টকা দিয়ে তেন্তে  প্ৰতিজন মানুহেই ৫০০০কৈ  পাব আৰু যদি তেওঁ অকলে এখন দেশ বনায় লয় সেই দেশ খন পৃথিৱীৰ ভিতৰত ৩৬ নম্বৰ ধনী দেশ হব । 


এই বিল গ্ৰেইটচেই খুওব সুন্দৰ ছটা কথা কৈছিল । আহক চোন জানো সেই ছয়টা কথা কি কাৰণ আমাৰ সকলোৱে জীৱনৰ বাবে এই কথা কেইটা বৰ মূল্যৱান ।


প্ৰথম= যদি আপুনি এক ক্ষণ সুখী হব বিচাৰিছে তেন্তে আপুনি গান শুনক ।


দ্বিতীয়= যদি এদিনৰ বাবে সুখী হব বিচাৰিছে তেন্তে পিকনিক যাওক ।


তৃতীয়= যদি এক সপ্তাহৰ বাবে সুখী হব বিচাৰিছে কৰৱালৈ যাত্ৰা কৰক ,ফুৰি আহক । ( Assamese Fact )


চতুৰ্থ = যদি এক মাহ নাইবা দুই মাহৰ বাবে সুখী হব বিচাৰে তেন্তে বিয়া কৰাওক ।


পঞ্চম= যদি কেইবা বছৰৰ বাবে সুখী হব্ বিচাৰিছে তেন্তে ধন উপাৰ্জন কৰক ।


ষষ্ঠ= আৰু যদি গোটেই জীৱন সুখী হব বিচাৰিছে তেন্তে নিজৰ কামক অন্তৰৰে ভাল পাব শিকক ।সেইয়া চৰকাৰী,বেচৰকাৰী নাইবা ব্যৱসায় যিয়ে নহওক কিয় । 


এই বিল গেইটচৰ এটা আদৰ্শ হৈছে তেওঁৰ নিজৰ সন্তানক শিক্ষা দিব কিন্তু তেওঁৰ সম্পত্তিৰ ভাগ কেতিয়াও নিদিয়ে ।সেইয়া সন্তানে নিজেই উপাৰ্জন কৰিব লাগিব । তেওঁ প্ৰতি দিন দুখীয়া মানুহৰ বাবে কোটি ,কোটি টকা ব্যয় কৰে ।


***✍️Momi Sorma****



উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages