সপোন শাস্ত্ৰ অনুসাৰে-এনে বহু সপোন আছে যি-এই কথাৰ সংকেত দিয়ে যে-আহিবলগীয়া সময় কেনে হব। ( Assamese Fact )
সপোনত খেতি দেখাটো-এনে এক সপোন হয় যি-এই কথাৰ সংকেত হয় যে-ভৱিষ্যত কি হব।
সপোন শাস্ত্ৰ অনুসাৰে-সপোনত খেতি দেখাটো-শুভ সংকেট বুলি গণ্য কৰা হয়।এনে সপোনে সুখ-সমৃদ্ধিৰ-সংকেত মনা হয়।
সপোনত খেতি-পথাৰ দেখা-
এনে মনা হয় যে-সপোনত-হালি-জালি থকা খেতি দেখাটো-আহিবলগীয়া সময়ত সুখ-প্ৰাপ্তৰ সুচনা দিয়ে।
সপোনত খেতি দেখাটো-সন্তান প্ৰাপ্তিৰো সুচনা হয়।
যদি খেতিত-পকা ঘেঁহু দেখা পায়-তেন্তে ইয়াৰ অৰ্থ এয়া যে-আহিবলগীয়া সময়ত ধনৰ প্ৰাপ্ত হব।
সপোনত যদি-তৰমুজৰ খেতি দেখা পায়-তেন্তে এয়াও ধন প্ৰাপ্তৰ সংকেত হয়।
যদি সপোনত কোনো ব্যক্তিয়ে নিজকে খেতিত ফচল কাটি থকা দেখা পায়-তেন্তে সেয়া কোনো সমস্যা অহাৰ সংকেট হয়।সপোন শাস্ত্ৰ অনুসাৰে-এনে সপোনে স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সংকেত হয়। ( Assamese Fact )
সপোনত বৰষুণৰ পানী দেখা- স্পন্ন শাস্ত্ৰ অনুসাৰে-বৰষুণৰ পানী দেখাটো শুভ প্ৰতীক মনা হয়।ইয়াৰ অৰ্থ হৈছে-আপুনি শীঘ্ৰেই-কোনো ডাঙৰ ভাল বাতৰি শুনিবলৈ পাব।আপোনাৰ কোনো কামত সফলতা প্ৰাপ্ত হব।
সপোনত বানপানীৰ পানী দেখা-বানপানীয়ে জীৱনটো ধ্বংস কৰি দিয়ে।যদি আপুনি সপোনত বানপানী দেখিছে-তেতিয়া বুজিব-আপোনাৰ জীৱনলৈ কষ্টৰ আগমণ ঘটিব।অথবা আপুনি বেয়া খবৰ শুনিবলৈ পাব।
সপোনত কুঁৱাৰ পানী দেখা পালে- সপোন শাস্ত্ৰ অনুসাৰে-সপোনত কুঁৱাৰ পানী দেখাটো শুভ সংকেত হয়।যদি আপুনি সপোনত কুঁৱাৰ পানী দেখিছে-তেন্তে আপুনি কোনোবাফালৰ পৰা ভাল খবৰ পাব।বা ধনৰ লাভ হব।
সপোনত নদীৰ পানী দেখিলে-
*সপোন শাস্ত্ৰ অনুসাৰে-সপোনত নদীৰ পানী দেখিলে-পুৰণি ইচ্ছা অতি সোনকালেই পূৰ্ণ হব।আপুনি জীৱনত কোনো সোণালী সুযোগ পাব।অথবা আপোনাৰ জীৱনত আগ বঢ়াৰ সুযোগ লাভ কৰিব।যদি আপুনি নিজকে নৈত সাঁতুৰি থকা দেখে-তেতিয়াও এয়াও শুভ হয়।
সপোনত সমুদ্ৰৰ পানী দেখাটো-
*সপোনত সমুদ্ৰৰ পানী দেখাটো শুভ মনা নহয়।সপোন শাস্ত্ৰ অনুসাৰে-এনে সপোনে জীৱনৰ খলা-বমাৰ ফালে সংকেত দিয়া দেখুৱায়।এনে সপোন দেখিলে-অৰ্থাৎ ভৱিশ্যৎ আপোনাৰ কাৰোবাৰ লগত কাজিয়া হব পাৰে।যদি আপুনি সপোনত সমুদ্ৰৰ পানী দেখে-তেন্তে আপুনি নিজৰ বাণী ওপৰত নিয়ন্ত্ৰণ কৰিব লাগে।কাৰণ-এয়া বহুত ডাঙৰ বিবাদৰ কাৰণ হব পাৰে।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment