ফেচাঁ হৈছে- দেৱী লক্ষ্মীৰ বাহন।বাস্তু শাস্ত্ৰ মান্যতা অনুসাৰে-ফেচাঁক কেতিয়াবা শুভ আৰু কেতিয়াবা অশুভ গণ্য কৰা হয়। ( Assamese Fact )
বাস্তু শাস্ত্ৰ অনুসাৰে ফেচাঁৰ বিশেষ মহত্ব আছে।ফেঁচা হৈছে দেৱী লক্ষ্মীৰ বাহন।তথাপিটো বাস্তু মান্যতা অনুসাৰে-ফেঁচাক কোনো সময়ত শুভ মনা হয়।কিন্তু কেতিয়াবা ফেঁচাৰ উপস্থিতিত-আপোনাৰ বাবে অশুভ সংকেত প্ৰমাণিত হব পাৰে।
#ফেচাঁৰ দ্বাৰা পোৱা শুভ সংকেত-
*ফেঁচাক সহজতে দেখা পোৱা নাযায়।কিন্তু হঠাৎ আপুনি ফেঁচা দেখিলে-তেতিয়া বুজিব লাগে-আপোনাৰ ধনৰ প্ৰাপ্তি হব।
*ফেচাঁক লৈ এই মান্যতা আছে যে-কোনো অসাধ্য ৰোগল লগত যুঁজি থকা লোক-ফেচাঁই স্পৰ্শ কৰিলে-সেই ব্যক্তিজন সেই ৰোগৰ পৰা মুক্ত হয়।
*পুৱাৰ সময়ত যদি ফেচাঁ পূব দিশে দেখা পায় বা ফেচাঁৰ মাত শুনা পায়-তেতিয়া ইয়াৰ অৰ্থ এয়া যে-ধনৰ প্ৰাপ্তিৰ সংকেত হয়। ( Assamese Fact )
#ফেচাঁক লৈ অশুভ সংকেত =
*ফেচাঁক নিজৰ সোঁ-ফালে দেখা বা মাত শুনা সদায়ে অশুভ মনা হয়।সেইবাবে এইফালৰ পৰা ফেচাঁৰ মাত শুনিলে-এয়া অশুভ সংকেত মনা হয়।
*ফেচাঁই ঘৰৰ চাদত বা টিংত বহি মাতিলে-এয়া বৰ অশুভ সংকেত হয়।এনে মান্যতা আছে যে-ফেচাঁই কাৰোবাৰ ঘৰৰ ওপৰত বহি মাতিলে-সেই ঘৰৰ কোনো সদস্যৰ মৃত্যু হব।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment