গৰম দিনত ছাল উজ্জ্বল কৰিবলৈ ব্যৱহাৰ কৰক এই উপকৰণ : Assamese beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 30, 2022

গৰম দিনত ছাল উজ্জ্বল কৰিবলৈ ব্যৱহাৰ কৰক এই উপকৰণ : Assamese beauty Tips

Assamese beauty Tips


গৰম দিনত ছালৰ ক্ষেত্ৰত লব লাগে বিশেষ যতন।প্ৰখৰ ৰদে আপোনাৰ কোমল ছালখনত বিশেষ প্ৰভাৱ পেলাব পাৰে।সেইবাবে ঘৰতে কিছুমান উপকৰণ তৈয়াৰ কৰি নিজৰ ছালখন কৰি তোলক উজ্বল। ( Assamese beauty Tips )


মুলতানী মাটি-

গোলাপজল,কমলাৰ শুকান বাকলিৰ গুড়ি-সমান পৰিমাণত একেলগে মিহলাই-১০মিনিট মুখত লগাই ৰাখি ঠাণ্ডা পানীৰে ধুই দিব।তেতিয়া ছালখন নিমজ আৰু উজ্বল হব।


তিয়ঁহ-নেমুৰ ৰস মিহলাই-আইচ কিউব বনাই থব।মাজে মাজে মুখত ঘঁহিব।এনে কৰিলে মুখ মণ্ডল উজ্জ্বল হব আৰু শালমইনা কমিব।


গাখীৰ-মৌ-আৰু নেমুৰ ৰস মিহলাই ১৫মিনিট মুখত লগাই ধুব।এনে কৰিলে ৰদে পোৰা দাগ কমিব।  ( Assamese beauty Tips )


মচুৰ দালি-প্ৰথমে গাখীৰত তিয়াঁই কোমল কৰি লব লাগে।এতিয়া কোমল মচুৰ দালি ভালদৰে পিহি মৌ লগত মিহলাই মুখত-১৫-২০মিনিট সময় ৰাখিব লাগে।এই মিশ্ৰণে ছালৰ ক'লা দাগৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে ছালৰ তৈলাক্ত দূৰ কৰাত সহায় কৰে।


বেচন-দৈ আৰু নেমু ৰসৰ মিশ্ৰণে-ছালক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।দৈৰ সলনি এই মিশ্ৰণত গোলাপ জল ব্যৱহাৰ কৰিব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages