Aloevera ৰ খেতি কিমান লাভজনক জানি লওক : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 20, 2022

Aloevera ৰ খেতি কিমান লাভজনক জানি লওক : Assamese News

Assamese News


1 বিঘা মাটিত প্ৰায় 3000 জোপা aloevera ৰ পুলি ৰুব পাৰি । সেই পুলিবোৰ দুই বছৰ পিছত ডাঙৰ হব আৰু সেইবোৰ juice উলিয়াবৰ বাবে পৰিপক্ক হব ।  Assamese News  ) 


প্ৰতিজোপা Aloevera ৰ পৰা প্ৰতি 3 মাহত ভাল জাতৰ হলে 3-4 কিলোঁ পৰ্য্যন্ত  Gel পোৱা যায় । বৰ্তমান বজাৰত যদি কেঁচা পাত বিক্ৰী কৰে , তেন্তে 25-30 টকা প্ৰতি কিলোঁ পোৱা যায় । 


মানে এজোপা Aloevera ৰ পৰা প্ৰতি 3 মাহত কমেও 100 টকাকৈ পোৱা যায় ।   এবিঘাত 3000x100=300000.00 ( 3 লাখ ) টকা প্ৰতি তিনি মাহৰ মূৰে মূৰে পোৱা যায় ।


এইটো হল কেঁচা পাতৰ মূল্য , কিন্তু যদি ইয়াৰ পৰা Gel বা জুইচ উলিয়াই বিক্ৰী কৰা হয় , তেন্তে এক কিলোঁ Aloevera পাতৰ পৰা 1 লিটাৰ ৰস উলিয়ায় , তেন্তে ইয়াৰ বজাৰ মূল্য 200 টকা প্ৰতি লিটাৰত ।  যদি সকলো খৰচ কাটি 100 টকাকৈ ধৰা হয় , তেন্তে কমেও  প্ৰতিজোপা Aloevera ৰ পৰা প্ৰতি তিনি মাহৰ মূৰে মূৰে কমেও 300 টকাকৈ আহিব । 


এতিয়া প্ৰতি বিঘাত কমেও 900000 লাখ প্ৰতি তিনি মাহৰ মূৰত আহিব । Assamese News  ) 


বৰ্তমান বজাৰত পোৱা Aloevera Juice ৰ ভিতৰত আটাইতকৈ কম দামৰ হল পতঞ্জলিৰ । তাৰ পিছত আমাৰ ঘৰুৱা ব্ৰেণ্ড 'সঞ্জীৱন'ৰ ।  বাকী বজাৰত পোৱা বেছিভাগ Aloevera juice ৰ দাম 600 টকাৰ পৰা 2000 টকালৈ প্ৰতি লিটাৰ বিক্ৰী হয়। 


Aloevera খেতিৰ বাবে বিশেষ কোনো সাৰ বা কোনো ধৰণৰ বাহিৰা খৰচ নাথাকে । 15 দিনৰ মূৰত এবাৰ পানী দিলেই হৈ যায় । অলপ বালি mix বা 30% বালি থকা মাটিত ই বেছি ভাল হয় । 


বৰ্তমান ৰাজস্থান , গুজৰাট , কৰ্ণাটক আদি ৰাজ্যত  ইয়াৰ খেতি বহুত জনপ্ৰিয় হৈছে । পানীৰ ব্যৱহাৰ কম হয় বাবে শুকান অঞ্চলসমূহৰ খেতিয়কে ইয়াক আঁকোৱালি লৈছে । 


বেলেগ খেতিতকৈ বহুত বেছি উপাৰ্জন দিয়া এই খেতিৰ বাবে অসমৰ মাটি বহুত ভাল উপযোগী হয় । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese News  ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages