শাওন মাহৰ মহত্ব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 31, 2022

শাওন মাহৰ মহত্ব : Religious Studies

Religious Studies


ৰজা দক্ষৰ বলিদানৰ জুইত জাহ যোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে দেৱী পাৰ্ৱতীৰ ৰূপে সতীৰ জন্ম হৈছিল।পাৰ্ৱতীয়ে শিৱক স্বামীৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল।যাৰ বাবে মহাদেৱে মাতা পাৰ্ৱতীক শাওন মাহত বিয়া কৰাইছিল।  ( Religious Studies )


এই সন্দৰ্ভত ব্ৰহ্মাৰ পুত্ৰ সনাত কুমাৰে মহাদেৱক সুধিছিল যে-তেওঁ শাওনৰ মাহটো কিয় ভাল পায়! তেতিয়া ভগৱান শিৱই কৈছিল যে-


*দেৱতা আৰু অসুৰসকলে একেলগে সাগৰ মন্থন কৰিছিল।সাগৰ মন্থনত প্ৰথমে বিষ উলাইছিল।সেই বিষক মহাদেৱে নিজৰ ডিঙিত ধৰি ৰাখিছিল।সেইবাবে তেওঁক নীলকন্ঠ কোৱা হয়।আৰু তেতিয়া মহাদেৱৰ শৰীৰৰ তাপমাত্ৰা বঢ়াত দেৱতাসকলে মহাদেৱৰ ওপৰত জলেৰে অভিষেক কৰিলে।  ( Religious Studies )


*বহু ঠাইত বৰষুণত শিৱলিংগ পানীত ডুব যায়।শিৱলিংগৰ ওপৰেদি এটা ভাণ্ডাৰ ওলমি থাকে।যাৰ ফলত টোপ টোপ কে পানী পৰি থাকে।যাক পানী বাহক কোৱা হয়।যতেই প্ৰাকৃতিক শিৱলিৎগ থাকে-তাত পানীৰ সোঁত থাকে।


*চন্দ্ৰ আৰু গংগা মহাদেৱৰ মূৰত অৱস্থিত।যিবোৰ পানীৰ সৈতে সম্পৰ্কিত।কৈলাশ পৰ্ৱতৰ চাৰিওফালে বৰফে আৱৰি আছে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages