মৃত্যু এক অটল সত্য হয়।আমাৰ ধৰ্ম গ্ৰন্থত মৃত্যুৰ লগত জড়িত অনেক কথা বৰ্ণনা কৰিছে।পৌৰাণিক ধাৰ্মিক কথা অনুসাৰে-মৃত্যু কেৱল শৰীৰৰ হে হয়।আত্মা সদায় বাবে অমৰ হয়। ( Religious Studies )
আমাৰ বহু শাস্ত্ৰত মৃত্যুৰ পূৰ্ৱে দেখা দিয়া লক্ষ্যণৰ কথাও উল্লেখ কৰিছে।
এই লক্ষণসমূহ হৈছে-
১/মৃত্যুৰ সময় নিচেই কাষ পালেহি-মনুষ্যৰ চকুৰ ৰশ্মি একেবাৰে শেষ হৈ যায়।তেতিয়া ওচৰত থকা বস্তু আৰু ওচৰত থকা লোকসকলক দেখি নোপাৱা হয়।
২/শাস্ত্ৰ অনুসাৰে-যি ব্যক্তিৰ শীঘ্ৰে মৃত্যু হয়-সেইজনে-জল,তেল আদিত(নিজৰ দৃষ্টি থকাটো)নিজৰ মুখ'মণ্ডল দেখা নাপায়।যদি দেখা পায় মলিন আৰু বিকৃত্তি দেখা পায়।
৩/যিয়ে নিজৰ সম্পূৰ্ণ জীৱন শুভ আৰু পৰোপকাৰ কাৰ্যত অতিবাহিত কৰিছে-সেইজনৰ মৃত্যুলে ভয় নাই।সেইজনে জীৱনৰ শেষ সময়চোৱাত এক সোণালী প্ৰকাশ দেখা পায়।
৪/অন্তৰ সময়ত মনুষ্যৰ ই তেওঁৰ দ্বাৰা কৰা ভাল-বেয়া কৰ্মৰ প্ৰতিচ্ছবি দেখা পায়।সেই ব্যক্তিজনৰ তেওঁৰ জীৱনৰ বহু ঘটনায়ে সেই সময়ত মনত পৰে। ( Religious Studies )
৫/গৰুড় পুৰাণৰ অনুসাৰে-মৃত্যুৰ পূৰ্ৱে যমৰ দূত সেই প্ৰাণীৰ ওচৰলৈ আহে।
৬/যিয়ে নিজৰ সম্পূৰ্ণ জীৱনত মাত্ৰ বেয়া কৰ্মই কৰিছে-সেইজনাই যমৰ ভয়ানক দূত দেখা পায়।
৭/জীৱনৰ শেষ সময়ত মনুষ্যই একো কব নোঁৱাৰা হয়।সেইজনৰ কথা কোৱাৰ শক্তি শেষ হৈ যায়।
৮)শেষত যমৰ দূতে-সেই প্ৰাণীৰ আত্মাক আকাশ মাৰ্গৰ দ্বাৰা যম ৰজাৰ কাষলৈ লৈ যায়।যমৰলোকত সেই প্ৰাণীৰ কৰ্মৰ দ্বাৰা ন্যায় হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Right .but it shouldnot be truth I show already but by the grace of GOD I didnot die.
ReplyDelete