শিৱ মন্দিৰলৈ গলে-শিৱ লিংগত জল অভিষেক কৰাৰ পাছত-নন্দীৰ প্ৰতিমাৰ সন্মুখত বন্তি জ্বলাব লাগে। ( Religious Studies )
তাৰপাছত নন্দী মহাৰাজৰ আৰতি কৰিব লাগে।আৰতি কৰাৰ পাছত-কাকো একো নোকোৱাকৈ -কাৰো লগত কথা নপতাকে মনে-মনে-আপোনাৰ মনৰকামণা নন্দী মহাৰাজৰ কাণত কব লাগে।মনৰকামনা কোৱাৰ পাছত কব লাগে যে-নন্দী মহাৰাজ-আমাৰ মনৰকামনা পূৰ্ণ কৰক।
*নন্দী মহাৰাজৰ কাণত মনৰকামনা কোৱা নিয়ম-
*নন্দী মহাৰাজৰ কাণত-মনৰকামনা কোৱাৰ আগে-তেওঁৰ পূজা কৰিব লাগে।
*নন্দী মহাৰাজৰ বাওঁ-কাণত মনৰকামনা কোৱাৰ অধিক মহত্ব আছে। ( Religious Studies )
*নন্দী মহাৰাজৰ কাণত মনৰকামনা কোৱাৰ সময়ত-এই কথা মন দিব যে-আপোনাৰ মনৰকামনা যাতে আনে নাই শুনা।
*নন্দী মহাৰাজক মনৰকামনা কোৱাৰ সময়ত-নিজৰ হাতেৰে উঁঠ দুটি ধাকি লব লাগে।যাতে আনে আপোনাক দেখি নাপায়।
*নন্দী মহাৰাজৰ কাণৰ আনৰ বিষয়ে বেয়া কৰি বা বদনাম কব নালাগে।
*মনৰকামনা কোৱাৰ পাছত-নন্দ্বী মহাৰাজৰ ওচৰত-কিবা এটা অৰ্পণ কৰিব লাগে।যেনে-ফল-প্ৰসাদ-বা-ধন।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment