তুলসী ভুল দিশে লগালে-তুলসী শুকায় যোৱাৰ লগতে-আপোনাক দৰিদ্ৰতালৈ লৈ যায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 31, 2022

তুলসী ভুল দিশে লগালে-তুলসী শুকায় যোৱাৰ লগতে-আপোনাক দৰিদ্ৰতালৈ লৈ যায় : Religious Studies

Religious Studies


তুলসীক কেৱল ধাৰ্মিক দৃষ্টিৰে মহত্বপূৰ্ণ মনা নহয়।তুলসীক বাস্তু শাস্ত্ৰ অনুসাৰেও বহুত গুৰুত্বপূৰ্ণ হয়।তুলসী যি ঠাইতে থাকে-তাৰ চাৰিওফালে পৰিৱেশক সকাৰত্মকতাৰে ভৰি তোলে।কোৱা হয়-তুলসী পুলি লগালে পজিটিভ শক্তি আহে।কিন্তু যত তুলসী সঠিক দিশে লগালে পজিটিভ শক্তি আহে-যদি তুলসী ভুল দিশে লগোৱা হয়-তেতিয়া আপোনাৰ সম্পূৰ্ণ পৰিয়ালক সংকটত পেলাব পাৰে।তুলসী ভুল দিশে লগালে-তুলসী শুকায় যোৱাৰ লগতে-আপোনাক দৰিদ্ৰতালৈ লৈ যায়।( Religious Studies )


*কোন দিশে তুলসী লগাব নালাগে-


*তুলসী ভুলতো দক্ষিণ দিশে লগাব নালাগে।দৰাচলতে এই দিশক বেয়া শক্তিৰ স্থান কোৱা হয়।আৰু এই দিশত তুলসী লগোৱাটো অশুভ মনা হয়।কোৱা হয়-দক্ষিণ দিশে তুলসী লগালে আপুনি বহু সমস্যাৰ সন্মুখীন হবলগীয়া হয়।এই দিশে তুলসী লগালে-মা লক্ষ্মী অসন্তষ্ট হয়।আৰু ব্যক্তিৰ ধনৰ অভাৱ হয়।সেইবাবে ভুলটো দক্ষিণ দিশে তুলসী লগাব নালাগে।


*এই দিশে তুলসী ৰোপণ কৰিব ( Religious Studies )


*বাস্তু অনুসাৰে-তুলসী পূব বা উত্তৰ দিশে ৰোপণ কৰিব লাগে।কোৱা হয় যে-এই দিশ ধনৰ দেৱতা কুবেৰৰ লগত সম্বন্ধিত।সেইবাবে এই দিশে তুলসী ৰোপণ কৰাটো বহু শুভ।এই দিশৰ সম্বন্ধ দেৱী লক্ষ্মীৰ লগতো জড়িত।পূৰ্ৱ বা উত্তৰ দিশে তুলসী ৰোপণ কৰাটো উপযুক্ত দিশ।এই দিশে তুলসী ৰোপণ কৰিলে ঘৰত ধন আৰু সমৃদ্ধিৰ বাস হয়।আৰু পজিটিভ শক্তি আহে।কোৱা হয় যে-যি ঘৰত এই দিশে তুলসী থাকে-সেই ঘৰত সদায়ে মৰম চেনেহ-আৰু পজিটিভ শক্তি থাকে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages