যদি ভুলতে শুক্ৰবাৰৰ দিনা এনে কাম কৰা তেতিয়া দেৱী লক্ষ্মী অসন্তষ্ট হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 29, 2022

যদি ভুলতে শুক্ৰবাৰৰ দিনা এনে কাম কৰা তেতিয়া দেৱী লক্ষ্মী অসন্তষ্ট হয় : Religious Studies

Religious Studies


প্ৰতিদিনে কোনো এজন দেৱী দেৱতাক মনা হয়।যিদৰে-সোমবাৰে ভগৱান শিৱক,মংগলবাৰে বীৰ হনুমানক।তেনেদৰে শুক্ৰবাৰৰ দিনটো দেৱী লক্ষ্মীক মনা হয়।শুক্ৰবাৰৰ দিনা দেৱী লক্ষ্মীক পূজা কৰিলে বিশেষ লাভ প্ৰাপ্ত হয়।সেই ব্যক্তি ধন-ধানৰ দ্বাৰা পৰিপূৰ্ণ হয়।কিন্তু দেৱী লক্ষ্মী অসন্তষ্ট হলে-দৰিদ্ৰতাৰ সন্মুখীন হবলগীয়া হয়। ( Religious Studies )


*যদি ভুলতে শুক্ৰবাৰৰ দিনা এনে কাম কৰা হয়-যাৰ বাবে দেৱী লক্ষ্মী অসন্তষ্ট হয় আৰু তেওঁৰ ক্ৰোধৰ সন্মুখীন হবলগীয়া হয়।যদি আপুনি মা লক্ষ্মীৰ ক্ৰোধৰ পৰা ৰক্ষা পাব বিচাৰে আৰু ঘৰত সুখ-শান্তি লগতে ধন সম্পত্তিৰ বাসস্থান বিচাৰে-তেতিয়া শুক্ৰবাৰৰ দিনা এইসমূহ কাৰ্য কৰিব নালাগে।


*সূয্যস্তৰ পাছত ঝাৰু নামাৰিব-


*বহু ঘৰতে আবেলি পাছত ঝাৰু নামাৰে আৰু ঘৰ নুমুচে।আবেলি সূযাস্তৰ পাছত ঝাৰু মাৰিব নালাগে আৰু ঘৰ মুচিব নালাগে।এনে কৰিলে মা লক্ষ্মীয়ে বেয়া পায়।শুক্ৰবাৰৰ লগতে অন্য বাৰতো এই কাম কৰিব নালাগে।


*ধাৰৰ লেন-দেন কৰিব নালাগে!


*শুক্ৰবাৰৰ দিনা ধাৰৰ লেন-দেনৰ পৰা আঁতৰি থাকিব লাগে।কাৰোৱে পৰা ধাৰৰ পইচা লব নালাগে আৰু ধাৰলৈ পইচা দিবও নালাগে।কোৱা হয় শুক্ৰবাৰৰ দিনা-ধাৰ লেন দেন কৰিলে মা লক্ষ্মী ৰুষ্ট হয়।   ( Religious Studies )


*ঘৰখন অন্ধকাৰ কৰি নাৰাখিব-


*বহুলোকে আজিৰ সময়ত কম পোহৰত থাকিবলে পচন্দ কৰে।সেইসকলে সন্ধিয়া হলে-লাইটৰ পোহৰ কম কৰি দিয়ে।এনে কাৰ্য দেৱী লক্ষ্মীয়ে বেয়া পায়।সেইবাবে শুক্ৰবাৰৰ বাহিৰেও অন্য দিনাও সন্ধিয়া সময়ত ঘৰৰ উজ্বলতা কম কৰি নাৰাখিব।


*ঝাৰুক থিয় কৰি নাৰাখিব-

কেতিয়াও ঝাৰুক থিয় কৰি নাৰাখিব।এনে কৰিলে মা লক্ষ্মী অসন্তষ্ট হয় আৰু ঘৰলৈ দৰিদ্ৰতা আহে।সেইবাবে শুক্ৰবাৰৰ দিনা এই ভুল কেতিয়াও নকৰিব।


*ঘৰখন লেতেৰা কৰি নাৰাখিব-


*কোৱা হয়- মা লক্ষ্মীয়ে তাতে নিবাস কৰে-যত চাফ-চিকুণ হয়।সেইবাবে দীপাৱলী দিনা-মা লক্ষ্মীৰ পূজনৰ আগতে-ঘৰখন ভালদৰে চফা-চিকূণ কৰা হয়।যাৰদ্বাৰা মা লক্ষ্মী প্ৰসন্ন হয় ঘৰত বাস কৰে।আৰু মা লক্ষ্মীৰ কৃপা ঘৰখনত সদায়ে বৰ্তি থাকে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages