১৪ শাওণ, ৰবিবাৰ ইং, ৩১জুলাই ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হ'ব, ঘৰুৱা কৰ্মত শান্তি বাঢ়িব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত নতুনকৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব, কৰ্মদক্ষতা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোতম কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, কৰ্মক্ষেত্ৰত শুভ বুদ্ধিৰ উদয় হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি ভ্ৰমণত ক্ষেত্ৰত সজাগ নহ'লে সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব যদিও আজি আপুনি অলপ সজাগ হোৱাটো ভাল হ'ব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয়ী মনোভাৱ বাঢ়িব, কৰ্মক্ষেত্ৰত দ্বায়িত্ব বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপোনাৰ মৰমৰ সংঘাত হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয়ৰ আগমন হ'ব পাৰে, কৰ্মক্ষেত্ৰত শুভ হ'ব, প্ৰেমত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ ধন ধান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ভাল পৰিবেশ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপৱাদ পাৱ পাৰে, লগতে আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত সাহস বাঢ়িব, ধন আগমন বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ নহ'লে সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
No comments:
Post a Comment