গ্ৰহৰ মাজত গুৰু গ্ৰহক সকলোতকৈ ডাঙৰ আৰু প্ৰভাৱশালী মনা হয়।যদি কুণ্ডলীত গুৰু গ্ৰহ(বৃহস্পতি)উচ্চ শিখৰত আৰু শক্তিশালী হয়-তেতিয়া মনুষ্যই বহুত প্ৰগতি কৰে। ( Religious Studies )
গুৰু বৈবাহিক জীৱন আৰু ভাগ্যৰ কাৰক গ্ৰহ হয়। গুৰু গ্ৰহক শক্তিশালী কৰিবলৈ আৰু গুৰু গ্ৰহৰ দোষ আঁতৰাবলৈ এই নিয়ম সমূহ কৰিব লাগে-
১)গুৰু গ্ৰহৰ দোষ কম কৰিবলৈ-গুৰুবাৰৰ দিনা-ব্ৰত কৰিব লাগে।গুৰুবাৰৰ দিনা হালধীয়া বস্ত্ৰ পৰিধান কৰিব লাগে আৰু সেইদিনা নিমখ খোৱা বৰ্জন কৰিব লাগে।ভোজনত হালধীয়া ৰংৰ বস্তু যেনে-বেচনৰ লাড্ডু,আম আদি,অন্তভূক্ত কৰিব লাগে। ( Religious Studies )
২/গুৰু বৃহস্পতিৰ প্ৰতিমা হালধীয়া বস্ত্ৰত বিৰাজিত কৰিব লাগে।ইয়াৰ পাছত পঞ্চামৃতেৰে পূজা কৰিব লাগে।পূজনত-কেশৰীয়া চন্দন,হালধীয়া চাউল,হালধীয়া ফুল,আৰু ভোগত হালধীয়া খাদ্য বা হালধীয়া ফল অৰ্পণ কৰিব লাগে।আৰু শুদ্ধ মনেৰে আৰতি কৰিব লাগে।
৩/গুৰু মন্ত্ৰৰ জপ কৰিব লাগে। মন্ত্ৰ-ঔম বৃ-বৃহস্পতে নমঃ। এই গুৰু মন্ত্ৰটি-১০৮বাৰ কৰিব লাগে।
৪/গুৰুৰ লগত জড়িত হালধীয়া বস্তু দান কৰিব লাগে।যেনে-সোণ,হালধী,চানা ডালি,আম,কল আদি।
৫/মহাদেৱক বেচনৰ লাড্ডু ভোগ দিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment