এজন ব্ৰামুণ আছিল তেওঁ কৃষ্ণ মন্দিৰত বহুত সেৱা সৎকাৰ কৰি আহিছিল,, ( Assamese Viral Post )
তেওঁৰ ঘৈণীয়েকে এই কথাটোক লৈ তেওক বহুত খং কৰিছিল ,কাৰণ প্ৰত্যেক ক্ষেত্রতে ভগৱানৰ মন্দিৰত গৈছিল,, খানা পিনা কাপোৰ কানি প্ৰথমে মন্দিৰত গৈ ভগৱানৰ নামত অৰ্পণ কৰিছিল,,, !
এদিনা খন ব্ৰামুণৰ ঘৰত লাডু বনাইছিলে,,,,ব্ৰামুণে লাডু লৈ ভোগ প্ৰসাদ লগাবলৈ মন্দিৰত যাবলৈ ধৰিলে,, ...
আৰু তাকে দেখি ব্ৰামুণনীৰ খং উঠিল,, আৰু কবলৈ ধৰিলে,,!
পাথৰৰ মুৰ্তিটোৱে জীবিত হৈ লাডু খাব নেকি,, সকলো সময়তে যে সব লৈ মন্দিৰৰ ফালে লৈ যোৱা !
ব্ৰামুণীৰ কথা শুনি ব্ৰামুণৰ মনত দুখ হল,, আৰু বামুণে মনতে ঠিৰাং কৰিলে !
এই বাৰ ভগৱানক বিনা খুৱাই ওভতি নাহো ,,চাওচোন ভগৱানে কেনেকৈ নাহে নাখাই, , !...
এই বাৰ ব্ৰামুণে ঘৈণীয়েকৰ, উতপতং কথাত নিজৰ মন বান্ধি ললে যে ভগৱানক আজি বিনা খুৱাই মন্দিৰৰ পৰা উভতি নাহে!
মন্দিৰত গৈ ধুনি লগালে আৰু ভগৱানৰ আগত লাডু ৰাখি বিনতী কৰিবলৈ ধৰিলে , !
,,এক ঘড়ী বীতি গল আধা দিন পাৰ হৈ গল ,,,ভগৱান তেতিয়া লৈকে অহা নাই লাডু খাবলৈ,,,, ব্ৰামুণও মন্দিৰৰ পৰা ওভতি অহা নাই ,,!
আশে পাশে মানুহৰ ভীৰ লাগি গল কিনো হৈছে তাকে চাবলৈ! .
মাখিয়ে আহি ভিনভিনাবলৈ ধৰিলে ব্ৰামুণে মাখি দেখি ভগাই আছে!
আনফালে লাডুৰ মিঠাৰ গোন্ধ পাই পৰুৱাৰ লাইন লাগিবলৈ ধৰিলে ,!
, ব্ৰামুণে তাকো হতালে ,
,আৰু আনফালে মন্দিৰৰ বাহিৰত আবাৰা কুকুৰে মুখত জিভা উলিয়াই লেলেটি পেলাই খাৰা হবলৈ ধৰিলে! ( Assamese Viral Post )
ব্ৰামুণে তাকো ভগালে! ,,
,মন্দিৰত লাডু সজাই পৰি থকা দেখি মন্দিৰৰ বাহিৰত বহি থকা ভিক্ষাৰীও মন্দিৰৰ ভিতৰলৈ সোমাই আহিল !
এক ভিক্ষাৰীয়ে মন্দিৰৰ ভিতৰত সোমাই লাডু উঠাবলৈ হাত মেলিলে ,!
ব্ৰামুণে লাডু উঠাবলৈ হাত মেলা ভিক্ষাৰী জনকও থাপৰ লগাই দিলে !.
দিন গল ৰাতি হল তথাপিও ভগৱান অহা নাই,,, ব্ৰামুণেও মন্দিৰৰ পৰা ওভতি ঘৰলৈ যোৱা নাই !
দিনৰ পৰা ৰাতি হৈ গল,,, তাত কৌতুহলে চায় থকা মানুহ বিলাকে ভাবিলে ব্ৰামুণ দেৱতা পাগল হৈ গৈছে !
ভগৱান টো এতিয়া লৈকে অহা নাই !
ধীৰে ধীৰে মানুহ বিলাক ঘৰলৈ ওভতি যাবলৈ ধৰিলে ,...
ব্ৰামুণৰ বৰ খং উঠিল,:-- আৰু লাডু প্ৰসাদ উঠাই বাহিৰত দলিয়াই দিলে!
ভিক্ষাৰী ,, কুকুৰ, পৰুৱা মাখি দিন ভৰ এই সময়ৰ অপেক্ষা কৰি আছিল !
সকলোৱে লাডুৰ ওপৰত টুট পৰিল !
,,,, ,উদাস হৈ ব্ৰামুণে ভগৱানক গালি দি দি ঘৰলৈ ওভতিল!
চালা ইমান দিনৰ পৰা ভগৱানক সেৱা সৎকাৰ কৰি অহা সকলো বেকাৰ হৈ গল!
একো ফল নধৰিলে , !
আনফালে ব্ৰামুণে ব্ৰামুণনীৰ কটু কথা বিলাক শুনি শুনি শুই পৰিল. !..
ৰাতি সপোনত ভগৱান আহিল :--- আৰু কলে তোমাৰ লাডু মই খাইছিলোঁ ,,
বহুত ভাল লাগিল,,,,,!
যদি ৰাতিপুৱাই খোৱাই দিয়া হলে বহুত ভাল আছিল !
, ,কিমান ৰূপত ধৰণা দি আছিল তোমাৰ লাডু খাবলৈ !
মাখি পৰুৱা কুকুৰ ভিক্ষাৰী , ,কিন্তু তুমি কাকো হাত তক লগাবলৈ নিদিলা!
দিন ভৰ অপেক্ষা কৰিব লগা হল,,!
,কিন্তু লাডু খালো মাটিৰ পৰা উঠাই ,, অলপ মাটি লাগি আছিল ,!
,আগৰ বাৰত ভাল দৰে খুৱাবা এই বুলি কৈ ভগৱান গুচি গল !...
ব্ৰামুণৰ টোপনি ভাগিল,,!
তেওঁৰ এহসাস হল যে ভগৱান আহিছিল খাবলৈ ----কিন্তু মই তেওঁ লোকক চিনিব নোৱাৰিলো !ভগৱান ভাৱনাৰ ভুখা,
এবাৰ ভাৱ ভাৱনাৰে মাতি চাওক ,যি কোনো ৰূপত আহিব ,ভগৱানৰ সংকেতক আমি বুজি নাপাও ,..
জয় শ্ৰী কৃষ্ণ .....
Hindu Gogoi prodip kumar
( Assamese Viral Post )
উৎস : ফেচবুক
বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি ইত্যাদি আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।
( Assamese Viral Post )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
সুন্দৰ নীতিবচনৰ বাবে ধন্যবাদ ।কিন্তু ভাষা শুদ্ধভাৱে উপস্থাপন কৰাটো অতি প্ৰয়োজন।
ReplyDeleteশব্দ কিছূমান শুদ্ধৰাব লাগিব।
DeleteLekhato porhi bhal lgise kintu apuni Hindi xabda bht proyog korise...next time okonman bhalkoi axomiya t likhibo...
ReplyDelete