জ্যোতিষ শাস্ত্ৰ অনুসাৰে শাওন মাহত এইকেইটা ৰাশিৰ ওপৰত-কৃপা দৃষ্টি থাকিব মহাদেৱৰ।। ( Assamese Horoscope )
১৮জুলাই পৰা আৰম্ভ হৈছে শাওণৰ মাহ।এই মাহৰ আৰম্ভণিৰেপৰা হিন্দু ধৰ্মৰ লোকসকলে পুণ্য লাভৰ বাবে ভগৱান শিৱক আৰাধনা কৰে।ব্ৰত কৰাৰ লগতে শিৱ মন্দিৰলৈ গৈ শিৱ লিংগত পানী ঢালি মহাদেৱক সন্তষ্ট কৰিবলে চেষ্টা কৰে।শাওণ মাহত যদি কোনো কাৰণত মহাদেৱ অসন্তষ্ট হয়-তেন্তে তেওঁৰ ক্ৰোধে আমাক ভয়ানক ভাৱে ক্ষতি কৰিব পাৰে।
শাওণ মাহত প্ৰতি সোমবাৰে শিৱ মন্দিৰলৈ গৈ-শিৱ লিংগত পূজা দিয়ক।
শাওণ মাহত সাপ নিধন নকৰিব।এনে কৰিলে জীৱনলৈ অমংগল আহিব।
আমিষ আহাৰ গ্ৰহণ নকৰাই মংগল।বিশেষ কৰি প্ৰতি সোমবাৰে নিৰামিষ ভোজন গ্ৰহণ কৰক। ( Assamese Horoscope )
মেঘ ৰাশি-
জ্যোতিষ শাস্ত্ৰ অনুসাৰে-শাওন মাহত মেঘ ৰাশিৰ জাতক বাবে শুভ।শাওন মাহত মহাদেৱৰ কৃপাৰ দ্বাৰা আৰ্থিক স্থিতি অনুকূল থাকিব।জীৱনৰ কামত অপাৰ সফলতা পোৱাৰ সংকেত আছে।চাকৰিত আপোনাৰ দ্বাৰা কৰা কায্যৰ সফলতা হব।শাওনৰ সোমবাৰৰ দিনত ভগৱান শিৱক জল অৰ্পণ কৰাটো শুভ হব।
মকৰ ৰাশি-
শাওন মাহত-মকৰ ৰাশিৰ জাতকৰ ওপৰত মহাদেৱৰ কৃপাৰ দ্বাৰা প্ৰসন্ন থাকিব।ব্যৱসায়ত আৰ্থিক সফলতা লাভ কৰিব।লগতে নতুন চাকৰিৰ বাবে-মাতিব পাৰে।ইয়াৰ উপৰিও ভগৱান শিৱৰ কৃপাৰ দ্বাৰা-জীৱন সংগীয়ে সম্পূৰ্ণ লগ দিব।শাওন মাহৰ তিথিত মহাদেৱক অভিষেক কৰিলে-লাভকাৰী হব।
মিথুন ৰাশি-
জ্যোতিষ শাস্ত্ৰৰ অনুসাৰে-শাওনৰ মাহত-এই ৰাশিৰ সৈতে সম্বন্ধিত সকলৰ ওপৰত ভগৱান শিৱ প্ৰসন্ন থাকিব।এই সময়ত মহাদেৱৰ উপাসনা কৰাটো আৰু অধিক শুভ হব।শাওনৰ মাহত মহাদেৱৰ কৃপাত-নতুন চাকৰিৰ খবৰ আহিব পাৰে।আৰু যি লোকে চাকৰি কৰি আছে-তেওঁলোকৰ প্ৰমোচনৰ যোগ আছে।ব্যৱসায় কৰাসকলৰ আৰ্থিক প্ৰগতি লাভ হব।ব্যপাৰ কৰা সকলৰ শাওন মাহত আৰ্থিক সমৃদ্ধি হব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment