লেটেকুৰ লাভালাভ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 31, 2022

লেটেকুৰ লাভালাভ : Assamese Health Tips

Assamese Health Tips


লেটেকুত বহু পৰিমাণে আইৰণ , মেগনেছিয়াম, কেলছিয়াম, ফছফৰাছ আদিৰ উপৰিও খনিজ পৰ্দাথ আৰু ভিটামিনো পোৱা যায়।ইয়াৰ উপৰিও লেটেকু গছৰ বাকলি,শিপা আদিৰ পৰাও বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। ( Assamese Health Tips )


লেটেকুৰ লাভালাভ ।


*লোভনীয় আৰু সোৱাদ লগা এই ফল বিধ আমাৰ শৰীৰৰ বাবে পুষ্টিকাৰক আৰু উপকাৰী।


*শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত লেটেকুৱে বিশেষ ভাৱে সহায় কৰে।    ( Assamese Health Tips )


*লেটেকুৰ গুটি গনোড়িয়া ৰোগৰ ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে।


*লেটেকুৱে মুখৰ ৰুচি বঢ়াই।বমি বমি ভাৱ দূৰ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে।


*ভিটামিন চি'ৰ উপৰিও লেটেকুত পোৱা যায়-ভিটামিন বি১,আৰু ভিটামিন বি২। প্ৰতি ১০০গ্ৰাম লেটেকুত খাদ্যশক্তি থাকে প্ৰায়-৯২ কিলো কেলৰি।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages