প্ৰতিটো সপোনৰে অৰ্থ থাকে।আমি সকলোৱে সপোনত এনে কিছু দেখো-যিটো দেখা পায় ভয়তো টোপনি পলায় যায়।আৰু মনলে আহে-দেখা সপোনটো শুভ নে অশুভ!বহু বাৰ আমি সপোনত সাপ দেখা পাওঁ।আৰু এই সপোনৰো এক বিশেষত্ব থাকে। ( Assamese Fact )
*হিন্দু ধৰ্মত সাপক পূজনীয় মনা হয়।ধৰ্ম শাস্ত্ৰটো সাপৰ বৰ্ণনা কৰা হৈছে।সাপ বহু দেৱতাৰে প্ৰতীক হয় আৰু আনফালে মৃত্যুৰো প্ৰতীক হয়।আমি সপোনত সাপ দেখাটো স্বাভাৱিক হয়।
১)সপোনত সাপক-শিৱলিংগত লেপেটা খায় লাগি থকা-দেখিলে-আপোনাৰ কিবা এটা মনৰকামনা শীঘ্ৰে পূৰ্ণ হব।আপুনি মহাদেৱৰ আৰ্শীবাদৰ প্ৰাপ্ত হব।এনে সপোন দেখিলে-শিৱ মন্দিৰলৈ গৈ-শিৱলিংগত জল অৰ্পণ কৰিব লাগে।
২/সপোনত বহুত সাপ দেখা পালে-আপোনাৰ ওপৰত কোনো সংকট আহিব।
৩/সপোনত সাপ নিধন কৰা দেখা পালে-আপুনি আপোনাৰ ওপৰত আহিবলগীয়া সংকটৰ লগত সহজতে বিজয় প্ৰাপ্ত কৰিব।
৪/সপোনত সাপৰ দাঁত দেখিলে-আপোনৰ কোনো নিকতবৰ্তীয়ে আপোনাৰ লোকচান কৰিব।
৫/সপোনত মৰা হোৱা সাপ দেখিলে-আপোনাৰ আহিবলগীয়া সময় ভাল হব। ( Assamese Fact )
৬/সপোনত সোণালী সাপ দেখিলে-আপোনাৰ ভাগ্য খুল খাব।
৮/বাৰে বাৰে সপোনত সাপ দেখিলে-আপোনাৰ পিতৃ দোষ থাকিব পাৰে।
৯/সপোনত ফেনা তুলা সাপ দেখিলে-সম্পত্তি প্ৰাপ্তিৰ?যোগ হব।
১০/বগা সাপ সপোনত দেখিলে-শুভ মনা হয়।
১১)সপোনত সাপে খুটাঁ দেখিলে-আপোনাৰ দীৰ্ঘায়ু প্ৰাপ্তি হব।(সংগ্ৰহিত)
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment